আব্ৰাহামিক ধৰ্ম: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
10 নং শাৰী:
এইসকলো ধর্ম [[ইব্ৰাহিম|হজৰত ইব্ৰাহিম (আঃ)]] অথবা তেখেতৰ বংশধৰে প্রচাৰ কৰিছিল। [[ভাৰত]], [[চীন]], [[জাপান]] ইত্যাদি দেশৰ [[উপজাতি|উপজাতিয়]] অঞ্চলৰ বাদ দি গোটেই বিশ্বত এই মতবাদৰ আধিপত্য। [[তুলনামূলক ধর্মতত্ত্ব|তুলনামূলক ধর্মতত্ত্বত]] যি তিনিটা ধর্মগত শ্রেণীবিন্যাস পোৱা যায়, সিহঁতৰ মাজত ইব্রাহিমীয় ধর্ম এটা শ্রেণী; অন্য দুটা শ্রেণী হৈছে [[ভাৰতীয় ধৰ্ম]] (উদাহৰণ- [[হিন্দু ধৰ্ম]]) আৰু [[পূৰ্ৱ এচিয় ধৰ্ম]]।<ref name="Adams2">[http://www.britannica.com/eb/article-38030/classification-of-religions C.J. ''Classification of religions: Geographical''. Encyclopædia Britannica, 2007]. Accessed: 15 May 2013</ref>
 
== ইব্ৰাহিমীয় ধৰ্মসমহৰধৰ্মসমূহৰ তালিকা ==
সূচনালগ্ন অণুসৰি ক্রমবিন্যাস কৰিলে পোৱা প্রধান তিনিটা ইব্ৰাহিমীয় ধৰ্ম হৈছে- [[ইহুদী ধৰ্ম]] বা [[Judaism|জুডাইজম]], [[খ্ৰীষ্টান ধৰ্ম]], আৰু [[ইছলাম]]।<ref>*{{cite web| title =Why "Abrahamic"? | publisher =Lubar Institute for Religious Studies at U of Wisconsin | url =http://lisar.lss.wisc.edu/welcome/Why%20Abrahamic.html | accessdate =3 March 2012}}
*{{cite journal| last =Lawson | first =Todd | editor-last =Cusack| editor-first =Carole M. | editor2-last =Hartney |editor2-first = Christopher| title =Baha'i Religious History| journal = Journal of Religious History| volume =36| issue =4| pages =463–470| date =December 13, 2012| url =http://bahai-library.com/lawson_bahai_religious_history| jstor =| issn =1467-9809| doi =10.1111/j.1467-9809.2012.01224.x| accessdate = September 5, 2013 }}