আব্ৰাহামিক ধৰ্ম: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
20 নং শাৰী:
* [[ইয়াজিদি]]
* [[দ্ৰুজ]]
 
 
=== ইহুদি ধৰ্ম ===
{{মূল নিৱন্ধ |ইহুদি ধৰ্ম}}
ইহুদী ধৰ্ম অনুসৰি সকলে নিজক [[ইব্ৰাহিম]]ৰ পুত্ৰ [[ইয়াকুব|জ্যাকব]] (বা ইয়াকুব)-ৰ উত্তৰপুৰুষ বুলি ভাবে। এই ধৰ্ম কঠোৰভাৱে [[একেশ্বৰবাদ|একেশ্বৰবাদত]] বিশ্বাসী। সিহঁতৰ মূল ধৰ্মীয় বিধান অনুসৰি এই ধৰ্মৰ অন্তৰ্গত সকলো শাখাৰ মূলগত ধৰ্মগ্রন্থ এটাই- [[তোৰাহ]] বা [[তানাখ]] বা তাওৰাত বা হিব্ৰু বাইবেল। ইহুদীসকলৰ ইতিহাসজুৰি বিভিন্ন ধৰ্ম সংশ্লিষ্ট পন্ডিত ব্যক্তি ইহুদী ধৰ্মৰ মূল মত নিৰ্দিষ্ট কৰাৰ বাবে বিভিন্ন ব্যৱস প্রস্তাৱ কৰে, যিবোৰৰ সকলো বোৰেই বিভিন্ন আলোচনা-সমালোচনাৰ মাজেদি যায়। আটাইতকৈ গ্ৰহণযোগ্য ব্যৱস্থা বুলি [http://en.wikipedia.org/wiki/Maimonides Maimonides] প্রদত্ত "[http://en.wikipedia.org/wiki/Jewish_principles_of_faith বিশ্বাসৰ তেৰটা নীতি]" স্বীকৃত, যিটো দ্বাদশ শতকত প্রদত্ত হয়। অৰ্থোডক্স ইহুদী আৰু ৰক্ষণশীল ইহুদীৰ মতে, [[মুছা]] বা মোজেছ সম্পৰ্কিত ভৱিষ্যতবাণী সত্য; তেখেত পূৰ্ৱতন বা পৰৱৰ্ত্তী সকল নবী তথা প্ৰেৰিত পুৰুষৰ নেতৃত্বস্থানীয়।
 
 
=== খ্ৰীষ্টান ধৰ্ম ===
{{মূল নিৱন্ধ|খ্ৰীষ্টান ধৰ্ম}}
খ্ৰীষ্টান ধৰ্ম সূচিত হয় ইহুদী ধৰ্মৰ এটা শাখা হিচাপে। ইয়াৰ উৎপত্তি ভূমধ্যসাগৰীয় খ্ৰিষ্টীয় প্রথম শতকত। পৰৱৰ্তীত এটা পৃথক বিশ্বাস আৰু ধৰ্মাচাৰণ যুক্ত বেলেগ ধৰ্ম হিচাপে বিস্তৃত হয়। খ্ৰীষ্টানধৰ্মৰ কেন্দ্ৰীয় চৰিত্ৰৰ নাম [[যিশু]] বা জিযাছ বা [[ঈছা]]- প্রায় সকলোৰৰ বিশ্বাস যে তেখেত ঐশ্বৰিক আছিল। খ্ৰিষ্টিয় ত্ৰিত্ব বা ট্ৰিনিটি মতানুযায়ী যিশু ঐশ্বৰিক তিনিটা চৰিত্ৰৰ এজন। [[বাইবেল|খ্ৰিষ্টিয় বাইবেল]] খ্ৰীষ্টান ধৰ্মৰ প্রধান ধৰ্মগ্ৰন্থ হিচাপে বিবেচিত; কিন্তু এইক্ষেত্ৰত ঐতিহ্যগত কিছু মতপার্থক্য পৰিলক্ষিত হয়, যেনেকৈঃ- [[লোমান ক্যাথলিক]]ৰ মত আৰু পূৰ্ৱস্থিতি [[অৰ্থোডক্স]] মত।
 
== তথ্যসূত্ৰ ==