আব্ৰাহামিক ধৰ্ম: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
22 নং শাৰী:
 
 
=== [[ইহুদি ধৰ্ম]] ===
ইহুদী ধৰ্ম অনুসৰি সকলে নিজক [[ইব্ৰাহিম]]ৰ পুত্ৰ [[ইয়াকুব|জ্যাকব]] (বা ইয়াকুব)-ৰ উত্তৰপুৰুষ বুলি ভাবে। এই ধৰ্ম কঠোৰভাৱে [[একেশ্বৰবাদ|একেশ্বৰবাদত]] বিশ্বাসী। সিহঁতৰ মূল ধৰ্মীয় বিধান অনুসৰি এই ধৰ্মৰ অন্তৰ্গত সকলো শাখাৰ মূলগত ধৰ্মগ্রন্থ এটাই- [[তোৰাহ]] বা [[তানাখ]] বা তাওৰাত বা হিব্ৰু বাইবেল। ইহুদীসকলৰ ইতিহাসজুৰি বিভিন্ন ধৰ্ম সংশ্লিষ্ট পন্ডিত ব্যক্তি ইহুদী ধৰ্মৰ মূল মত নিৰ্দিষ্ট কৰাৰ বাবে বিভিন্ন ব্যৱস প্রস্তাৱ কৰে, যিবোৰৰ সকলো বোৰেই বিভিন্ন আলোচনা-সমালোচনাৰ মাজেদি যায়। আটাইতকৈ গ্ৰহণযোগ্য ব্যৱস্থা বুলি [http://en.wikipedia.org/wiki/Maimonides Maimonides] প্রদত্ত "[http://en.wikipedia.org/wiki/Jewish_principles_of_faith বিশ্বাসৰ তেৰটা নীতি]" স্বীকৃত, যিটো দ্বাদশ শতকত প্রদত্ত হয়। অৰ্থোডক্স ইহুদী আৰু ৰক্ষণশীল ইহুদীৰ মতে, [[মুছা]] বা মোজেছ সম্পৰ্কিত ভৱিষ্যতবাণী সত্য; তেখেত পূৰ্ৱতনপূৰ্ৱ বা পৰৱৰ্ত্তী সকলসকলো নবী তথা প্ৰেৰিত পুৰুষৰ নেতৃত্বস্থানীয়।
 
=== [[খ্ৰীষ্টান ধৰ্ম]] ===