চাল্লাল্লাহু আলাইহি ওয়াছাল্লাম: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
ছাজিদুল ইছলাম (আলোচনা | বৰঙণি) নতুন পৃষ্ঠা: ({{lang-ar|عليه السلام}}) বা '''''আলাইহি-আছ-ছালাম''''' হ'ল এটা বাগধাৰা বা দৰুদ ব... টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা |
ছাজিদুল ইছলাম (আলোচনা | বৰঙণি) No edit summary টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা |
||
1 নং শাৰী:
({{lang-ar|عليه السلام}}) বা '''''আলাইহি-আছ-ছালাম''''' হ'ল এটা [[বাগধাৰা]] বা দৰুদ বা শ্লোক; যাৰ অৰ্থ হৈছে- '''তেখেতৰ উপৰত শান্তি বৰ্ষিত হওঁক'''। যিটো [[ধাৰ্মিক]] [[মুছলিম]]সকলে [[ঈছা|যীশু(আঃ)]], [[মুছা|মুছা(আঃ)]], [[ইব্ৰাহিম|আব্ৰাহাম(আঃ)]] সহ অন্যান্য সকলো নবীসকলৰ নামৰ শেষত উচ্চাৰণ কৰি থাকে।
যিকোনো ভাষাতেই এটা মহান সম্মান আৰু শ্ৰদ্ধাৰ এটা চিহ্নস্বৰূপ।<ref name=IU/><ref name=Esposito128>John L. Esposito, ''What Everyone Needs to Know about Islam'', Second Edition (ইংৰাজী), (New York: Oxford University Press, 2011), p. 128</ref> মুছলিমসকলে এই বাগধাৰাটো মুহাম্মাদ(ছাঃ)ৰ বাবে আল্লাহৰ আশীৰ্বাদ প্ৰাৰ্থনাৰ উদ্দেশ্যেৰে উচ্চাৰিত কৰে বা লিখে আৰু বিনিময়ত আল্লাহেও সিহঁতক আশীৰ্বাদ কৰে বুলি সিহঁতে বিশ্বাস কৰে।<ref name=Esposito128/> এই বাগধাৰাটো মুছলিম বিশ্বৰ বেচৰকাৰী আৰু বহত ক্ষেত্ৰত চৰকাৰী কাগজপত্ৰতো লিখা-লিখিতো ব্যৱহৃত হয়।<ref name=Esposito128/> ইছলামৰ প্ৰধান ধৰ্মগ্ৰন্থ [[কোৰআন]]ত এই সম্মান প্রদানৰ নিৰ্দেশ দিয়া হৈছে।[[কোৰআন]]ত কোৱা হৈছে,
6 নং শাৰী:
<ref name=Esposito128/> এইটো মুছলিম সকলৰ বাবে এটা স্মাৰক যিটোয়ে সকলো কাম-কৰ্ম [[মুহাম্মাদ]](ছাঃ)ৰ আদর্শ অনুসৰণত সচেতন কৰে।<ref>Jean Mead, ''Why Is Muhammad Important to Muslims?'' (ইংৰাজী) (London: Evans, 2008), p. 5</ref>
== তথ্যসূত্ৰ ==
{{reflist}}
[[শ্ৰেণী:ইছলাম]]
[[শ্ৰেণী:ধৰ্ম]]
[[শ্ৰেণী:ইছলামী সম্মানসূচক উপাধি]]
|