চাল্লাল্লাহু আলাইহি ওয়াছাল্লাম: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
No edit summary
1 নং শাৰী:
({{lang-ar|عليه السلام}}) বা '''''আলাইহি-আছ-ছালাম''''' ({{lang-ar|عليه السلام}}) হ'ল এটা [[বাগধাৰা]] বা দৰুদ বা শ্লোক; যাৰ অৰ্থ হৈছে- '''তেখেতৰ উপৰত শান্তি বৰ্ষিত হওঁক'''। যিটো [[ধাৰ্মিক]] [[মুছলিম]]সকলে [[ঈছা|যীশু(আঃ)]], [[মুছা|মুছা(আঃ)]], [[ইব্ৰাহিম|আব্ৰাহাম(আঃ)]] সহ অন্যান্য সকলো নবীসকলৰ নামৰ শেষত উচ্চাৰণ কৰি থাকে। ইয়াক সংক্ষেপে আঃ লিখা হয়। আকৌ একমাত্ৰ শেষ নবী মুহাম্মাদ(ছাঃ)ৰ নামৰ শেষত ইয়াৰ এটা বৰ্ধিত সংস্কৰণ উচ্চাৰণ কৰা হয় যিটো হ'ল '''চাল্লাহু আলাইহি ওয়াছাল্লাম'''। যিটো সংক্ষেপে ছাঃ/চাঃ/দঃ লিখা দেখা যায়; ইয়াৰ অর্থ হৈছে তেখেতৰ ও তেখেতৰ পৰিয়ালৰ উপৰত [[আল্লাহ|ঈশ্বৰৰ]] প্রাৰ্থনা আৰু শান্তি বৰ্ষিত হওঁক।<ref name=IU>{{cite web |url=http://www.innovateus.net/innopedia/what-does-muslim-phrase-peace-be-upon-him-mean#Why+do+Muslims+say+the+phrase+%26quot%3BPeace+Be+Upon+Him%26quot%3B%3F |title=What does the Muslim phrase, "Peace Be Upon Him" mean? |author= |date= |website= |publisher=InnovateUs Inc. |accessdate=25 July 2015|language=ইংৰাজী}}</ref> তেখেতৰ উপৰত শান্তি বৰ্ষিত হওঁক হ'ল আলাইহি ওয়া ছাল্লাম আৰু বহুত সময়ত ই অসমীয়া ভাষাত চাল্লাহু আলাইহি ওয়াছাল্লামৰ অনুদিত সংস্কৰণ।
 
যিকোনো ভাষাতেই এটা মহান সম্মান আৰু শ্ৰদ্ধাৰ এটা চিহ্নস্বৰূপ।<ref name=IU/><ref name=Esposito128>John L. Esposito, ''What Everyone Needs to Know about Islam'', Second Edition (ইংৰাজী), (New York: Oxford University Press, 2011), p. 128</ref> মুছলিমসকলে এই বাগধাৰাটো মুহাম্মাদ(ছাঃ)ৰ বাবে আল্লাহৰ আশীৰ্বাদ প্ৰাৰ্থনাৰ উদ্দেশ্যেৰে উচ্চাৰিত কৰে বা লিখে আৰু বিনিময়ত আল্লাহেও সিহঁতক আশীৰ্বাদ কৰে বুলি সিহঁতে বিশ্বাস কৰে।<ref name=Esposito128/> এই বাগধাৰাটো মুছলিম বিশ্বৰ বেচৰকাৰী আৰু বহত ক্ষেত্ৰত চৰকাৰী কাগজপত্ৰতো লিখা-লিখিতো ব্যৱহৃত হয়।<ref name=Esposito128/> ইছলামৰ প্ৰধান ধৰ্মগ্ৰন্থ [[কোৰআন]]ত এই সম্মান প্রদানৰ নিৰ্দেশ দিয়া হৈছে। [[কোৰআন]]ত কোৱা হৈছে,
 
"ঈশ্বৰ আৰু তেখেতৰ স্বর্গীয় দূতসকলে নবীৰ প্ৰতি আশীৰ্বাদ প্ৰেৰণ কৰে। হে বিশ্বাসীসকল! তোমালোকেও তেওঁৰ প্ৰতি আশীৰ্বাদ প্ৰৰণপ্ৰেৰণ কৰা, আৰু শ্ৰদ্ধাৰ সৈতে তেওঁৰ প্ৰতি সম্মান প্ৰদৰ্শণ কৰা।"<ref name=Esposito128/> এইটো মুছলিম সকলৰ বাবে এটা স্মাৰক যিটোয়ে সকলো কাম-কৰ্ম [[মুহাম্মাদ]](ছাঃ)ৰ আদর্শ অনুসৰণত সচেতন কৰে।<ref>Jean Mead, ''Why Is Muhammad Important to Muslims?'' (ইংৰাজী) (London: Evans, 2008), p. 5</ref>
 
<ref name=Esposito128/> এইটো মুছলিম সকলৰ বাবে এটা স্মাৰক যিটোয়ে সকলো কাম-কৰ্ম [[মুহাম্মাদ]](ছাঃ)ৰ আদর্শ অনুসৰণত সচেতন কৰে।<ref>Jean Mead, ''Why Is Muhammad Important to Muslims?'' (ইংৰাজী) (London: Evans, 2008), p. 5</ref>