অনুষ্কা শংকৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

প্ৰথম। বাক্য গাঁঠীবোৰ শক্তিশালী হোৱা নাই।
 
Linked page Norah Jones
2 নং শাৰী:
 
== প্ৰাথমিক জীৱন ==
অনুষ্কা শংকৰৰ জন্ম হৈছিল লণ্ডনত আৰু তেওঁৰ শৈশৱ অতিবাহিত হৈছিল দিল্লী আৰু লণ্ডন-এই দুইখন ঠাইত। তেওঁৰ মাকৰ নাম সুকণ্যা শংকৰ আৰু পিতা পণ্ডিত ৰবি শংকৰ। অনুষ্কা শংকৰৰ জন্মৰ সময়ত ৰবি শংকৰৰ বয়স হৈছিল ৬১ বছৰ। দেউতাকৰ ফালৰ পৰা অনুষ্কা শংকৰ গায়িকা [[নৰাহন’ৰা জনছজ’নছ|ন'ৰা জ'নছ]] আৰু [[শুভেন্দ্ৰ শুভ শংকৰ]]ৰ ভগ্নী।<ref name="musicianguide.com">{{cite web|url=http://www.musicianguide.com/biographies/1608003982/Anoushka-Shankar.html|title=Anoushka Shankar Biography|website=Musician Biographies|publisher=Net Industries|archiveurl=https://web.archive.org/web/20080720155831/http://www.musicianguide.com/biographies/1608003982/Anoushka-Shankar.html|archivedate=20 July 2008|accessdate=20 January 2009|deadurl=no}}</ref>
 
কৈশোৰৰ কালছোৱাত অনুষ্কা শংকৰে কেলিফৰ্ণিয়াত বসবাস কৰিছিল আৰু ছান ডিয়েগো স্কুল অকাডেমীত নামভৰ্তি কৰিছিল। তাৰপাছতে মহাবিদ্যালয়ৰ শিক্ষাৰ পৰিৱৰ্তে তেওঁ সংগীতকে নিজৰ কেৰিয়াৰ হিচাপে লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।