গুজৰাটী ভাষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

এটা ইণ্ডো-আৰ্য ভাষা
Content deleted Content added
নতুন পৃষ্ঠা: {{তথ্যছক-ভাষা |name=গুজৰাটী |nativename=ગુજરાતી <br /> ''গুজৰাতী'' |region=ভাৰত, দ...
(কোনো পাৰ্থক্য নাই)

16:34, 16 February 2017ৰ সংস্কৰণ

গুজৰাটী ভাষা (গুজৰাটী ভাষাত: ગુજરાતી গুজৰাতী) ভাষা ইন্দো-আৰ্য ভাষা। ই বৃহত্তৰ ইন্দো-ইউৰোপীয় ভাষা-পৰিবাৰৰ অন্তৰ্ভুক্ত। ভাষাটো ভাৰতৰ গুজৰাট ৰাজ্যত বহুল প্ৰচলিত। গুজৰাটৰ বাহিৰেও দমন আৰু দিউ আৰু দাদৰা আৰু নাগৰ হাভেলি অঞ্চলত এই ভাষা প্ৰচলিত।