গুজৰাটী ভাষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: {{তথ্যছক-ভাষা |name=গুজৰাটী |nativename=ગુજરાતી <br /> ''গুজৰাতী'' |region=ভাৰত, দ...
 
No edit summary
14 নং শাৰী:
|iso1=gu|iso2=guj|iso3=guj
|notice=}}
'''গুজৰাটী ভাষা''' (গুজৰাটী ভাষাত: ગુજરાતી ''গুজৰাতী'') ভাষা [[ইন্দো-আৰ্য ভাষাসমূহ|ইন্দো-আৰ্য ভাষা]]। ই বৃহত্তৰ [[ইন্দো-ইউৰোপীয় ভাষা-পৰিবাৰ|ইন্দো-ইউৰোপীয় ভাষা-পৰিবাৰৰ]] অন্তৰ্ভুক্ত। ভাষাটো [[ভাৰত|ভাৰতৰ]] [[গুজৰাট]] ৰাজ্যত বহুল প্ৰচলিত। গুজৰাটৰ বাহিৰেও [[দমন আৰু দিউ]] আৰু [[দাদৰা আৰু নাগৰ হাভেলি]] অঞ্চলত এই ভাষা প্ৰচলিত।
 
গুজৰাটী ভাষাত গোটেই বিশ্বত প্ৰায় ৪ কোটি ৬০ লাখ মানুহে কথা পাতে। মাতৃভাষীৰ সংখ্যাৰ হিচাপত বিশ্বত ইয়াৰ স্থান ২৬তম।
 
{{ভাৰতৰ ভাষাসমূহ}}
{{পৃথিৱীৰ প্ৰধান ভাষা}}
 
[[বিষয়শ্ৰেণী:ভাষা]]