কাবা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
13 নং শাৰী:
[[ইছলাম ধৰ্ম]] মতে কাবা ক আটাইতকৈ পৱিত্ৰ স্থান হিচাপে ভাবে।<ref name="eoi317">Wensinck, A. J; Ka`ba. [[Encyclopaedia of Islam]] IV p. 317</ref> এইটো মুছলিম সকলৰ [[কিবলা]], অৰ্থাৎ যি দিশে থিয় হৈ নামাজ পঢ়ে বা [[ছালাত]] আদায় কৰে, পৃথিৱীৰ যিকোনো স্থানৰ পৰা কাবা যি দিশে মুছলিম সকলে ঠিক সেই দিশে মুখ কৰি নামাজ পঢ়ে। [[হজ্জ]] আৰু [[উমৰা]] পালনৰ সময়ত মুছলিম সকলে কাবাক ঘেৰি [[তাওয়াফ]] বা প্রদক্ষিন কৰে।<ref name="eoi317"/>
 
== অৱস্থান আৰু বাস্তৱিক কাঠামোগঠন ==
 
কাবাৰ আকৃতি প্রায় এটা [[ঘন (জ্যামিতি)|ঘনক]]ৰ নিচিনা। ''কাবা'' শব্দটো আহিছে আৰৱী শব্দ ''মুকা'আব''ৰ পৰা। যাৰ অৰ্থ হৈছে ''ঘন''ৰ পৰা। এইটো কেচা পাহাৰ [[গ্ৰানাইট]]ৰ দ্বাৰা নিৰ্মিত, যিটো থিয়হৈ আছে প্ৰায় ২৫ছেঃমিঃ (১০ ইঞ্চি) [[মাৰ্বল]] পাথৰৰ ভিত্তিৰ উপৰত, যিটো বাহিৰৰ পৰা ৩০ছেঃমিঃ (১ ফুট) বাহিৰ হৈ আছে।<ref name="eoi317"/> গঠনৰ ঠাইৰ পৰিমাণ প্ৰায় ১৩.১০ মিঃ (৪৩ ফুট) উচ্চতা, ওচৰা-ওচৰি ১১.০৩ মিঃ X ১২.৬২ মিঃ<ref>{{cite book| last = Peterson| first = Andrew| authorlink = | coauthors = | title = Dictionary of Islamic Architecture.| publisher = Routledge | date = 1996| location = London| url = http://archnet.org/library/dictionary/| doi = | id = }}</ref><ref name="eq76">Hawting, G.R; Ka`ba. Encyclopaedia of the Qur'an p. 76</ref> চাৰিটা কোণ কম্পাচৰ প্ৰায় চাৰি বিন্দু যথাযথভাৱে দিশ কৰা।<ref name="eoi317"/> কাবাৰ পূৰ্ৱ কোণ হৈছে ''ৰুকন-আল- আচওয়াদ" (কলা পাথৰ অথৱা "আল-হাজাৰুল-আচওয়াদ"), এটা উল্কাপিন্ডৰ অৱশেষ; উত্তৰ কোণ হ'ল "ৰুকন-আল-ইৰাকী" (ইৰাকী কোণ); পশ্চিমত আছে "ৰুকন-আল-ছামী" (পূৰ্ৱ-ভূমধ্য সাগৰীয় কোণ) আৰু দক্ষিণত "ৰুকন-আল-ইয়ামানী" ('ইয়েমানী কোণ')।<ref name="eoi317"/><ref name="eq76"/>
 
== কাবা শ্বৰীফৰ কাপোৰ ==
"https://as.wikipedia.org/wiki/কাবা"ৰ পৰা অনা হৈছে