কলিমা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: ইছলামৰ মূল বিশ্বাস হ’ল আল্লাহৰ একত্ব বা তৌহিদ/কলিমা।...
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
 
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
7 নং শাৰী:
তেওঁ কাকো জন্ম দিয়া নাই আৰু কোনেও তেওঁক জন্ম দিয়া নাই
আৰু তেওঁৰ সমতুল্য একোৱেই নাই।}}
 
 
== তৌহিদৰ সংজ্ঞাঃ ==
তৌহিদ/তাওহীদৰ সকলো প্ৰকাৰৰ সমন্বিত পূৰ্ণাঙ্গ সংজ্ঞা হৈছেঃ পৰিপূৰ্ণ গুণৰ সমন্বয়ত ৰব বা প্ৰতিপালকৰ একত্বতা সম্পৰ্কে বান্দাৰ জ্ঞান, বিশ্বাস, স্বীকৃতি আৰু ঈমান আৰু ইয়াত ৰবক (প্ৰতিপালকক) একক হিচাপে মানা, এই বিশ্বাস স্থাপন কৰা যে, তেওঁৰ কোনো অংশীদাৰ নাই, তেওঁৰ পূৰ্ণতাৰ কোনো উপমা নাই, তেওঁ সকলো বান্দাৰ বাবে ইলাহ আৰু মা‘বুদ ([[ইবাদত]]ৰ একমাত্ৰ যোগ্য), আনকি সকলো ধৰণৰ [[ইবাদত]]ৰ ক্ষেত্ৰত তেওঁক একক বুলি স্বীকাৰ কৰা (আন কাকো অংশীদাৰ স্থাপন নকৰা)।
 
== তৌহিদৰ প্ৰকাৰঃ ==
তৌহিদক তিনিটা প্ৰকাৰত ভাগ কৰা দেখা যায়।
 
প্ৰথমঃ
তাওহীদুৰ ৰুবুবিয়্যাহঃ [[আল্লাহ]]ক একমাত্ৰ সৃষ্টিকৰ্তা, ৰিযিকদাতা (জীৱিকাদাতা), পৰিচালনাকাৰী আৰু লালন-পালনকাৰী হিচাপে স্বীকাৰ কৰা।
 
দ্বিতীয়ঃ
তাওহীদুল আছমা ওৱাচ্ ছিফাতঃ আল্লাহে নিজৰ বাবে যিবোৰ নাম আৰু গুণাৱলী সাব্যস্ত কৰিছে অথবা ৰাছুল [[মুহাম্মাদ|মুহাম্মাদে(ছাঃ)]] [[আল্লাহ]]ৰ বাবে যিবোৰ নাম আৰু গুণাৱলী সাব্যস্ত কৰিছে সেইবোৰৰ কোনো সাদৃশ্য আৰু উপমা, বিকৃতি আৰু পৰিৱৰ্তন নকৰি [[আল্লাহ]]ৰ বাবে সাব্যস্ত কৰা।
 
তৃতীয়ঃ
তাওহীদুল ইবাদাহঃ সকলো ধৰণৰ [[ইবাদত]]ৰ বাবে [[আল্লাহ]]ক এক ও একক বুলি স্বীকাৰ কৰা আৰু তেওঁৰ লগত শ্বিৰ্ক নকৰি [[ইবাদত]]ত একনিষ্ঠ হোৱা।এতেকে, তাওহীদৰ ওপৰোক্ত প্ৰকাৰসমূহ সম্পূৰ্ণৰূপে ধাৰণ নকৰিলে আৰু এইবোৰক প্ৰতিষ্ঠা নকৰিলে বান্দাহে মুআহহিদ তথা একত্ববাদী হ’ব নোৱাৰিব<ref> ইছলাম হাউজ(অসমীয়া ভাগ), লেখকঃৰফিকুল ইছলাম বিন হাবীবুৰ ৰহমান দৰঙী</ref>
"https://as.wikipedia.org/wiki/কলিমা"ৰ পৰা অনা হৈছে