কলিমা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
1 নং শাৰী:
ইছলামৰ'''ইছলাম'''ৰ মূল বিশ্বাস হ’ল আল্লাহৰ[[আল্লাহ]]ৰ একত্ব বা [[কলিমা|তৌহিদ/কলিমা]]। ইছলাম পৰম একেশ্বৰবাদী আৰু কোনোভাবেই আপেক্ষিক বা বহুত্ববাদী নহয়। আল্লাহৰ একত্ব ইছলামৰ পাঁচটি মূল স্তম্ভৰ মাজৰ প্ৰথম, যাক [[কলিমা|শ্বাহাদাহ]] বোলা হয়। ইয়াৰ আসমীয়ানুবাদ হ'ল-
{{cquote|''মই সাক্ষ্য দি আছোঁ যে, আল্লাহৰ[[আল্লাহ]]ৰ বাহিৰে উপাসনাৰ যোগ্য আন একো নাই, আনহাতে মই সাক্ষি দি আছোঁ যে, মুহাম্মদ [[মুহাম্মাদ|মুহাম্মাদ(ছঃ)]] আল্লাহৰ[[আল্লাহ]]ৰ বাৰ্তাবাহক।" এইটো পাঠৰ মাধ্যমত এজনে স্বীকাৰ কৰে যে, (এক) [[আল্লাহ]] ব্যতীত অন্য কোনো উপাস্য নাই আৰু (দুই) মুহম্মদ [[মুহাম্মাদ|মুহাম্মাদ(ছাঃ)]] তেওঁৰ প্ৰেৰিত বাণীবাহক।}}
 
[[ছূৰা ইখলাছ|ছূৰা এখলাছত]] আল্লাহৰ[[আল্লাহ]]ৰ একত্ববাদৰ বৰ্ণনা এনেদৰে দিয়া হৈছে,
{{cquote|"কওঁক, তেওঁ [[আল্লাহ]], এক, একক
[[আল্লাহ]] অমুখাপেক্ষী,
তেওঁ কাকো জন্ম দিয়া নাই আৰু কোনেও তেওঁক জন্ম দিয়া নাই
আৰু তেওঁৰ সমতুল্য একোৱেই নাই।}}
 
 
== তৌহিদৰ সংজ্ঞাঃ ==
"https://as.wikipedia.org/wiki/কলিমা"ৰ পৰা অনা হৈছে