কলিমা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
কলিমাৰ ভাগবুৰ দিয়া হ'ল
1 নং শাৰী:
'''কালিমা''' হ'ল [[ইছলাম|ইছলামৰ]] মৌলিক বিশ্বাস সংবলিত কেইটামান আৰৱী পংক্তিৰ নাম। ইয়াৰ মাধ্যমেই ইছলামৰ প্রথম স্তম্ভ [[শ্বাহাদাহ]] পূৰ্ণতা পায়। '''ইছলাম'''ৰ মূল বিশ্বাস হ’ল [[আল্লাহ]]ৰ একত্ব বা [[কলিমা|তৌহিদ/কলিমা]]। ইছলাম পৰম একেশ্বৰবাদী আৰু কোনোভাবেই আপেক্ষিক বা বহুত্ববাদী নহয়। আল্লাহৰ একত্ব ইছলামৰ পাঁচটি মূল স্তম্ভৰ মাজৰ প্ৰথম, যাক [[কলিমা|শ্বাহাদাহ]] বোলাবুলা হয়। ইয়াৰ আসমীয়ানুবাদ হ'ল-
{{cquote|''মই সাক্ষ্য দি আছোঁ যে, [[আল্লাহ]]ৰ বাহিৰে উপাসনাৰ যোগ্য আন একো নাই, আনহাতে মই সাক্ষি দি আছোঁ যে, [[মুহাম্মাদ|মুহাম্মাদ(ছঃ)]] [[আল্লাহ]]ৰ বাৰ্তাবাহক।" এইটো পাঠৰ মাধ্যমত এজনে স্বীকাৰ কৰে যে, (এক) [[আল্লাহ]] ব্যতীত অন্য কোনো উপাস্য নাই আৰু (দুই) [[মুহাম্মাদ|মুহাম্মাদ(ছাঃ)]] তেওঁৰ প্ৰেৰিত বাণীবাহক।}}
 
6 নং শাৰী:
[[আল্লাহ]] অমুখাপেক্ষী,
তেওঁ কাকো জন্ম দিয়া নাই আৰু কোনেও তেওঁক জন্ম দিয়া নাই
আৰু তেওঁৰ সমতুল্য একোৱেই নাই।}} <ref>কোৰআনঃ 112/1-4</ref>
 
 
== পাচঁটা কলিমা ==
মুঠ কলিমা পাঁচটা৷ কলিমাৰ সমষ্টিত মুঠ পাঁচটা ভাগ আছে যদিও কলিমা বুলি কলে সাধাৰণতে সাক্ষী দিয়া কলিমাটোকেই বুজোৱা হৈ থাকে৷
 
== প্রথম কালিমা ==
প্রথম কালিমাৰ নাম হ'ল- '''কালিমায়ে তাইয়্যেবা'''৷ ইয়াৰ অৰ্থ হ'ল পৱিত্ৰ বাক্য। {{অডিও|Kalimah1.ogg|শুনক}}
 
=== আৰৱী ===
<ref name="dawateislami.net">Namaz k Ahkam, page 11 : http://www.dawateislami.net/book/read/20/volume/344/ur#section:page_11</ref><big><big>لآ اِلَهَ اِلّا اللّهُ مُحَمَّدٌ رَسُوُل اللّهِ</big></big>
 
=== অসমীয়া উচ্চাৰণ ===
লা-ইলা-হা ইল্লাল্লাহু মুহাম্মাদুৰ ৰাছূলুল্লাহ্‌।
 
=== ইংৰাজী অনুবাদ ===
There is no God but Allah, Muhammad (Sall-Aallahu Alayhi wa Sallam) is the messenger of Allah.
 
=== অসমীয়া অনুবাদ ===
আল্লাহ অবিহনে কোনো উপাস্য নাই, হজৰত [[মুহাম্মাদ|মুহাম্মাদ(ছাঃ)]] তেখেতৰ প্ৰেৰিত ৰাছূল(বাৰ্তাবাহক)।
 
== দ্বিতীয় কালিমা ==
{{মূল নিবন্ধ|শ্বাহাদাহ}}
 
দ্বিতীয় কালিমাৰ নাম হৈছে- '''কালিমায়ে শ্বাহাদাত'''৷ ইয়াৰ অৰ্থ হ'ল সাহ্ম্য বাক্য। {{অডিও|Kalimah2.ogg|শুনক}}
 
=== আৰৱী ===
<ref name="dawateislami.net"/><big><big>اشْهَدُ انْ لّآ اِلهَ اِلَّا اللّهُ وَحْدَه لَا شَرِيْكَ لَه، وَ اَشْهَدُ اَنَّ مُحَمَّدً اعَبْدُه وَرَسُولُه </big></big>
 
=== অসমীয়া উচ্চাৰণ ===
আশ্ব্হাদু আল-লা-ইলা-হা ইল্লাল্লা-হু ওয়াহ্‌দাহু-লা-শ্বৰীকালাহু ওয়া আশ্ব্হাদু আন্না মুহাম্মাদান আ'বদুহু ওয়া ৰাছূলুহু।
 
=== ইংৰাজী অনুবাদ ===
I bear witness that (there is) no God except Allah; He has no partner, and I bear witness that Muhammad (Sall-Allahu Alayhi wa Sallam) is His Servant and Messenger.
 
=== অনুবাদ ===
আমি সাক্ষ্য দি আছো যে, [[আল্লাহ]] অবিহনে কোনো উপাস্য নাই। তেখেত এক, অদ্বিতীয় আৰু সাক্ষ্য দি আছো যে, [[মুহাম্মাদ|মুহাম্মাদ(ছাঃ)]] তেখেতৰ বান্দা আৰু প্ৰেৰিত ৰাছূল।
 
== তৃতীয় কালিমা ==
তৃতীয় কালিমাৰ নাম হৈছে- '''কালিমায়ে তামজীদ'''৷ অর্থ হ'ল শ্ৰেষ্ঠত্ববাদ বাক্য। {{অডিও|Kalimah3.ogg|শুনক}}
 
=== আৰৱী ===
<big><big>سُبْحَا</big></big><ref name="Namaz k Ahkam page 12">Namaz k Ahkam, page 12 : http://www.dawateislami.net/book/read/20/volume/344/ur#section:page_12</ref><big><big>ن لِلّه وَ الْحَمْدُ لِلّهِ وَ لآ اِلهَ اِلّا اللّهُ، وَ اللّهُ اَكْبَرُ وَلا حَوْلَ وَلاَ قُوَّة ِلَّا بِاللّهِ الْعَلِىّ الْعَظِيْم</big></big><!-- لااله الا انت نورا يهدى الله لنوره من يشاء محمد رسول الله امام
المرسلين خاتم النبين -->
 
=== অসমীয়া উচ্চাৰণ ===
ছুবহানআল্লাহী ওয়ালহামদু লিল্লাহী ওয়ালা ইলাহা ইল্লাল্লাহু ওয়াল্লাহু আকবাৰ, ওয়ালা হাওলা ওয়ালা কুয়াতা ইল্লা বিল্লাহিল আলিইল আযীম।
 
=== ইংৰাজী অনুবাদ ===
Exalted is Allah, and praise be to Allah, and there is no deity except Allah, and Allah is the Greatest. And there is no might nor power except in Allah, the Most High, the Most Great.
 
=== অসমীয়া অনুবাদ ===
 
মহিমান্বিত [[আল্লাহ]]ৰ, সমস্ত প্রশংসা [[আল্লাহ]]ৰ। [[আল্লাহ]] অবিহনে কোনো মাবুদ নাই। [[আল্লাহ]] মহান। সমস্ত পৱিত্ৰতা [[আল্লাহ]]ৰ, সকল প্রশংসা [[আল্লাহ]]ৰ। [[আল্লাহ]] অবিহনে কোনো শক্তি নাই, কোন ক্ষমতা নাই, তেখেত সম্মানিত, তেখেত মহান।
 
== চতুৰ্থ কালিমা ==
চতুৰ্থ কালিমাৰ নাম হৈছে- '''কালিমায়ে তাওহীদ'''৷ ইয়াৰ অৰ্থ হ'ল একত্ববাদ বাক্য। {{অডিও|Kalimah4.ogg|শুনক}}
 
=== আৰৱী ===
<ref name="Namaz k Ahkam page 12"/><big><big>لا الهَ اِلَّا اللّهُ وَحْدَهُ لا شَرِيْكَ لَهْ، لَهُ الْمُلْكُ وَ لَهُ الْحَمْدُ يُحْى وَ يُمِيْتُ وَ هُوَحَىُّ لَّا يَمُوْتُ اَبَدًا اَبَدًا ط ذُو الْجَلَالِ وَ الْاِكْرَامِ ط بِيَدِهِ الْخَيْرُ ط وَهُوَ عَلى كُلِّ شَئ ٍ قَدِيْرٌ </big></big>
 
=== অসমীয়া উচ্চাৰণ ===
লা ইলাহা ইল্লাল্লাহু ওয়াহদাহু লা শ্বাৰিকা লাহু, লাহুল মুলকু ওলাহুল হামদু উহয়ী ওয়া ইয়োমিতু ওয়া হুয়া হাইয়ুল লা ইয়ামুতু আবাদান আবাদা জুল জালালি ওয়াল ইকৰাম বি ইয়াদিহিল খাইৰ ওয়া হুয়া আলা কুল্লি শ্বাইয়িন কাদিৰ
 
=== ইংৰাজী অনুবাদ ===
(There is) none worthy of worship except God. He is only One. (There are) no partners for Him. For He (is) the Kingdom. And for Him (is) the Praise. He gives life and causes death. And He (is) Alive. He will not die, never, ever. Possessor of Majesty and Reverence. In His hand (is) the goodness. And He (is) the goodness. And He (is) on everything powerful.
 
=== অসমীয়া অনুবাদ ===
[[আল্লাহ]] অবিহনে কোনো উপাস্য নাই, তেখেত এক আৰু অদ্বিতীয়। তেখেতৰ কোনো অংশীদাৰ নাই। সকলো ক্ষমতা আৰু প্ৰশংসা তেখেতৰ বাবেই। তেখেত জীৱন আৰু মৃত্যুৰ মালিক। তেখেত চিৰঞ্জীৱ, তেখেত সকলো সম্মানৰ মালিক। তেখেতৰ হাততেই সকলো মঙ্গল আৰু তেখত সবলো বস্তুৰ উপৰত ক্ষমতা ৰাখে।
 
== পঞ্চম কালিমা ==
ই অনুশোচনামূলক বাক্য হিচাপেও পৰিচিত। ইয়াৰ নাম '''কালিমা-ই-আস্তাগফেৰ'''৷ {{অডিও|Kalimah5.ogg|শুনক}}
 
=== আৰৱী ===
<ref name="Namaz k Ahkam page 12"/><big><big>اسْتَغْفِرُ اللّهَ رَبِّىْ مِنْ كُلِّ ذَنْبٍ اَذْنَبْتُه عَمَدًا اَوْ خَطَاً سِرًّا اَوْ عَلَانِيَةً وَاَتُوْبُ اِلَيْهِ مِنْ الذَّنْبِ الَّذِىْ اَعْلَمُ وَ مِنْ الذَّنْبِ الَّذِىْ لا اَعْلَمُ اِنَّكَ اَنْتَ عَلَّامُ الغُيُبِ وَ سَتَّارُ الْعُيُوْبِ و َغَفَّارُ الذُّنُوْبِ وَ لا حَوْلَ وَلا قُوَّةَ اِلَّا بِاللّهِ الْعَلِىِّ العَظِيْم'</big></big>
 
=== অসমীয়া উচ্চাৰণ ===
আস্তাগফিৰুল্লাহা ৰাব্বি মিন কুল্লি জামবি আয নাবতুহু আমাদান আওখাতাআন ছিৰৰান আওয়ালা নিয়াতান ওয়াতুবু ইলাইহি মিনাযযামবিল্লাজি ওয়ামিনাযযামবিল্লাজি লা আলামু ইন্নাকা আনতা আল্লামুল গুয়ুবী ওয়া ছাত্তাৰুল উইয়ুবী ওয়া গাফফাৰুজজুনুবি ওয়ালা হাওলা ওয়ালা কুয়াতা ইল্লা বিল্লাহিল আলিউল আযীম।
 
=== ইংৰাজী অনুবাদ ===
I seek forgiveness from God, my Lord, from every sin I committed knowingly or unknowingly, secretly or openly, and I turn towards Him from the sin that I know and from the sin that I do not know. Certainly You, You (are) the knower of the hidden things and the Concealer (of) the mistakes and the Forgiver (of) the sins. And (there is) no power and no strength except from God, the Most High, the Most Great
 
=== অসমীয়া অনুবাদ ===
মই [[আল্লাহ]]ৰ ওচৰত ক্ষমা বিচাৰো সকলো পাপৰ পৰা, যিটো মই সংঘটিত কৰিছো মোৰ জ্ঞাতসাৰে অথবা অজ্ঞাতসাৰে, গোপনে বা প্ৰকাশ্যে আৰু মই মোৰ পালনকৰ্তাৰ আশ্ৰয় বিছৰো সেই পাপৰ পৰা, যিটো পাপ মই জানো আৰু যিটো পাপ মই নাজানো। অৱশ্যেই আপুনি লুকাৱা আৰু গোপন (ভুল) পাপ সম্পৰ্কে জানে আৰু ক্ষমাশীল। [[আল্লাহ]] অবিহনে কোনো শক্তি নাই, কোনো ক্ষমতা নাই, তেখেত সম্মানিত, তেখেত মহান।
 
 
== তৌহিদৰ সংজ্ঞাঃ ==
"https://as.wikipedia.org/wiki/কলিমা"ৰ পৰা অনা হৈছে