মুমিন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: {{ইছলাম}} '''মুমিন''' এটা আৰবী শব্দ, যিটো মূলত আৰবী ঈমান শব্দটোৰ...
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
 
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
1 নং শাৰী:
{{ইছলাম}}
'''মুমিন''' এটা [[আৰবী]] শব্দ, যিটো মূলত আৰবী [[ঈমান]] শব্দটোৰ পৰা আহিছে।<ref>{{cite web|title=The Meaning of Mu'min|url=http://www.qtafsir.com/index.php?option=com_content&task=view&id=371|work=QTafsir.com|accessdate=18 July 2013}}</ref> ৰ শাব্দিক অৰ্থ "বিশ্বাসী" আৰু ইয়াৰ দ্বাৰা এজন কঠোৰভাৱে অনুগত মুছলিমক বুজোৱা হয়, যিটো অত্যন্ত দৃঢ়ভাবে ইছলামক নিজৰ অভ্যন্তৰৰ আৰু বাহিৰৰ সকলো কৰ্মকান্ডক ধাৰণ কৰে আৰু [[আল্লাহ|আল্লাহ তাআলা]]ৰ ইচ্ছাৰ ওচৰত নিজক পূৰ্ণভাবে সমৰ্পন কৰে। নাৰী মুমিনসকলৰ ক্ষেত্ৰত মুমিনা শব্দটো ব্যৱহৃত হয়।
 
 
==মুছলিমৰ সৈতে মুমিনৰ পাৰ্থক্য==
[[মুছলিম]] হ'ল সেইজন, যিজনে [[ইছলাম]] ধৰ্মক নিজৰ ধৰ্ম বুলি বিশ্বাস আৰু স্বীকাৰ কৰে। অন্যদিশে মুমিন হ'ল সেইজন, যিজনে [[ইছলাম]] ধৰ্মক নিজৰ ধৰ্ম বুলি বিশ্বাস আৰু স্বীকাথ কৰাৰ ওচৰা-ওচৰি সেয়া নিজৰ ভিতৰত আৰু বাহিৰত ধাৰণ কৰে আৰু লগতে কঠোৰভাৱে ইয়াৰ নিৰ্দেশাৱলী মানি চলে। অৰ্থাৎ, ক'ব পাৰা যায়, সকলো [[মুমিন]]য়েই [[মুছলিম]], কিন্তু সকলো [[মুছলিম]]য়েই মুমিন নহয়।<ref>{{cite book|author=J. I. Laliwala|title=Islamic Philosophy of Religion: Synthesis of Science Religion and Philosophy|url=http://books.google.com/books?id=I2Wz4HEoOgYC&lpg=PA144&dq=Mu'min%20believer&pg=PA143#v=onepage&q=Mu'min%20believer&f=false|isbn=8176254762|page=143-4}}</ref>
 
==তথ্যসূত্ৰ==
"https://as.wikipedia.org/wiki/মুমিন"ৰ পৰা অনা হৈছে