"মাৰাঠী ভাষা"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

202 বাইট যোগ দিয়া হ’ল ,  4 বছৰৰ পূৰ্বে
সম্পাদনা সাৰংশ নাই
 
মাৰাঠী ভাৰতৰ ২২টা চৰকাৰী স্বীকৃতি প্ৰাপ্ত ভাষাৰ ভিতৰত এটা। ই মহাৰাষ্ট্ৰৰ চৰকাৰী ভাষা। [[গোৱা]] ৰাজ্যত [[কোঙ্কণী ভাষা|কোঙ্কণী ভাষাৰ]] লগতে মাৰাঠী ভাষাকো চৰকাৰী ভাষাৰ মৰ্যাদা দিয়া হৈছে। মহাৰাষ্ট্ৰৰ দৈনন্দিন যোগাযোগ, শিক্ষা, প্ৰশাসন, ব্যৱসায়, গণমাধ্যম ইত্যাদিত এই ভাষাই প্ৰচলিত।
 
== তথ্যসূত্র ==
<references/>
 
{{ভাৰতৰ ভাষাসমূহ}}
{{পৃথিৱীৰ প্ৰধান ভাষাসমূহ}}
 
[[শ্ৰেণী:ভাষা]]
2,034

টা সম্পাদনা