মাৰাঠী ভাষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
16 নং শাৰী:
ভাৰতেৰ বাহিৰেও ইজৰাইল আৰু মৰিচাছত এই ভাষা প্ৰচলিত। মাৰাঠী [[সংস্কৃত ভাষা| সংস্কৃত ভাষাৰ]] পৰা মহাৰাষ্ট্ৰী প্ৰাকৃতৰ মাজেৰে উদ্ভৱ হৈছে। মহাৰাষ্ট্ৰী প্ৰাকৃত ভাষা খ্ৰিষ্ট্ৰীয় ১ম আৰু ২য় দশকত সাতবাহন ৰাজ্যৰ চৰকাৰী ভাষা আছিল। তেতিয়া ইয়ে আছিল ভাৰতৰ আটাইতকৈ বহুল প্ৰচলিত প্ৰাকৃত ভাষা। ১৫শ ও ১৬শ শতিকাত আহি এই ভাষাই বৰ্তমানৰ মাৰাঠীৰ ৰূপ ল'য়।
 
মাৰাঠী ভাৰতৰ ২২টা চৰকাৰী স্বীকৃতি প্ৰাপ্ত ভাষাৰ ভিতৰত এটা। ই মহাৰাষ্ট্ৰৰ চৰকাৰী ভাষা। [[গোৱা]] ৰাজ্যত [[কোঙ্কণীকঙ্কণী ভাষা|কোঙ্কণী ভাষাৰ]] লগতে মাৰাঠী ভাষাকো চৰকাৰী ভাষাৰ মৰ্যাদা দিয়া হৈছে। মহাৰাষ্ট্ৰৰ দৈনন্দিন যোগাযোগ, শিক্ষা, প্ৰশাসন, ব্যৱসায়, গণমাধ্যম ইত্যাদিত এই ভাষাই প্ৰচলিত।
 
== তথ্যসূত্র ==