ৱেষ্ট ইণ্ডিজ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
8 নং শাৰী:
[[File:The Caribbean Islands -(West Indies) 2014-04-24 09-48.gif|thumbnail|The Caribbean Islands
(West Indies)]]
'''ৱেষ্ট ইণ্ডিজ''' [[কেৰিবিয়ান]] আৰু উত্তৰ [[আট্লান্টিকআটলান্টিক মহাসাগৰ]]ৰ এটি অঞ্চল যিয়ে [[আন্টিলেচৰ দ্বীপ]] আৰু [[লুকায়ান]]ক সামৰে।<ref>{{cite book |last=Caldecott |first=Alfred |year=1898 |title=The Church in the West Indies |url=http://books.google.com/books?id=kMUSAAAAYAAJ&pg=PA11 |page=11 |location=London |publisher=[[Frank Cass and Co.]] |accessdate=12 December 2013}}</ref> [[খ্ৰিষ্টফাৰ কলম্বাচ]]ৰ [[আমেৰিকা (মহাদেশ)|আমেৰিকা]]লৈ প্ৰথম যাত্ৰাৰ পিছত, [[ইউৰোপ|ইউৰোপীয়]] সকলে "ৱেষ্ট ইণ্ডিজ" ব্যৱহাৰ কৰিবলৈ ধৰিলে, সেই অঞ্চলক ইণ্ডিজ ([[দক্ষিণ এছিয়া]] আৰু [[দক্ষিণ-পূব এছিয়া]])ৰ পৰা পৃথক কৰিবলৈ।
 
১৭-১৯ শতিকালৈকে ৱেষ্ট ইণ্ডিজ ইউৰোপীয় ঔপনিৱেশিক অঞ্চল আছিল [[ব্ৰিটিছ ৱেষ্ট ইণ্ডিজ]], [[ডেনিচ ৱেষ্ট ইণ্ডিজ]], [[ফৰাচী ৱেষ্ট ইণ্ডিজ]] আৰু [[স্পেনীয় ৱেষ্ট ইণ্ডিজ]]।