চাল্লাল্লাহু আলাইহি ওয়াছাল্লাম: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
শ্ৰেণী:ইছলাম ধৰ্ম সংযোগ কৰা হ'ল।
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
1 নং শাৰী:
[[শ্ৰেণী:ইছলাম ধৰ্ম]]
({{lang-ar|عليه السلام}})
'''''আলাইহি-আছ-ছালাম''''' হ'ল এটা [[বাগধাৰা]] বা দৰুদ বা শ্লোক; যাৰ অৰ্থ হৈছে- '''তেখেতৰ উপৰত শান্তি বৰ্ষিত হওঁক'''। যিটো [[ধাৰ্মিক]] [[মুছলিম]]সকলে [[ঈছা|যীশু(আঃ)]], [[মুছা|মুছা(আঃ)]], [[ইব্ৰাহিম|আব্ৰাহাম(আঃ)]] সহ অন্যান্য সকলো নবীসকলৰ নামৰ শেষত উচ্চাৰণ কৰি থাকে। ইয়াক সংক্ষেপে আঃ লিখা হয়। আকৌ একমাত্ৰ শেষ নবী মুহাম্মাদ(ছাঃ)ৰ নামৰ শেষত ইয়াৰ এটা বৰ্ধিত সংস্কৰণ উচ্চাৰণ কৰা হয় যিটো হ'ল '''চাল্লাহু আলাইহি ওয়াছাল্লাম'''। যিটো সংক্ষেপে ছাঃ/চাঃ/দঃ লিখা দেখা যায়; ইয়াৰ অর্থ হৈছে তেখেতৰ ও তেখেতৰ পৰিয়ালৰ উপৰত [[আল্লাহ|ঈশ্বৰৰ]] প্রাৰ্থনা আৰু শান্তি বৰ্ষিত হওঁক।<ref name=IU>{{cite web |url=http://www.innovateus.net/innopedia/what-does-muslim-phrase-peace-be-upon-him-mean#Why+do+Muslims+say+the+phrase+%26quot%3BPeace+Be+Upon+Him%26quot%3B%3F |title=What does the Muslim phrase, "Peace Be Upon Him" mean? |author= |date= |website= |publisher=InnovateUs Inc. |accessdate=25 July 2015|language=ইংৰাজী}}</ref> তেখেতৰ উপৰত শান্তি বৰ্ষিত হওঁক হ'ল আলাইহি ওয়া ছাল্লাম আৰু বহুত সময়ত ই অসমীয়া ভাষাত চাল্লাহু আলাইহি ওয়াছাল্লামৰ অনুদিত সংস্কৰণ।