ভলিবল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: {{Infobox sport | image = Volleyball game.jpg | imagesize = 260px | caption = ভলিবল খেলৰ এটা দ...
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
 
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
14 নং শাৰী:
| ball = ভলিবল
| olympic = ১৯৬৪}}
'''ভলিবল''' ({{lang-en|Volleyball}}) [[অলিম্পিক গেমচখেল]] খেলত দুই দলেৰেই ছয় জন কৰি খেলুৱৈ থাকে। নেট দি বিভক্ত কৰা কোৰ্টৰ দুই প্রান্তত খেলুৱৈসকল থাকে আৰু সিহঁতৰ উদ্দেশ্য থাকে প্ৰতিপক্ষ দলৰ সীমাৰ মাজত বলক ভূমিত স্পর্শ কৰাৰ মাধ্যমেৰে পয়ন্ট অৰ্জন কৰা।
 
== খেলৰ নিয়ম-কানুন ==
[[চিত্ৰ:VolleyballCourt.svg|thumb|right|ভলিবল কোৰ্ট]]
ভলিবল ১৮ মিটাৰ(৫৯ ফুট) দীঘল আৰু ৯ মিটাৰ(২৯.৫ ফুট) ওখ কোৰ্টত খেলা হয়, যিটো এটা নেটৰ দ্বাৰা দুটা ৯মিঃ×৯মিঃত বিভক্ত। নেটটোৰ উচ্চতা ১ মিটাৰ আৰু ইয়াৰ শীৰ্ষ প্ৰান্ত কোৰ্টৰ কেন্দ্ৰৰ ভূমিৰ পৰা ২.৪৩মিঃ (পুৰুষৰ বাবে) আৰু ২.২৪মিঃ (নাৰীৰ বাবে) উচ্চতাত অৱস্থিত। যদিও শিশু-কিশোৰ আৰু বয়স্কসকলৰ বাবে উচ্চতাৰ প্রয়োজনমতে পৰিৱৰ্তন ঘটে।
"https://as.wikipedia.org/wiki/ভলিবল"ৰ পৰা অনা হৈছে