ভলিবল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
19 নং শাৰী:
[[চিত্ৰ:VolleyballCourt.svg|thumb|right|ভলিবল কোৰ্ট]]
ভলিবল ১৮ মিটাৰ(৫৯ ফুট) দীঘল আৰু ৯ মিটাৰ(২৯.৫ ফুট) ওখ কোৰ্টত খেলা হয়, যিটো এটা নেটৰ দ্বাৰা দুটা ৯মিঃ×৯মিঃত বিভক্ত। নেটটোৰ উচ্চতা ১ মিটাৰ আৰু ইয়াৰ শীৰ্ষ প্ৰান্ত কোৰ্টৰ কেন্দ্ৰৰ ভূমিৰ পৰা ২.৪৩মিঃ (পুৰুষৰ বাবে) আৰু ২.২৪মিঃ (নাৰীৰ বাবে) উচ্চতাত অৱস্থিত। যদিও শিশু-কিশোৰ আৰু বয়স্কসকলৰ বাবে উচ্চতাৰ প্রয়োজনমতে পৰিৱৰ্তন ঘটে।
 
== নিয়ন্ত্ৰক সংস্থা ==
{{মূল নিবন্ধ|আন্তৰ্জাতিক ভলিবল সংস্থা}}
 
[[আন্তৰ্জাতিক ভলিবল সংস্থা]] বা [[এফআইভিবি]] [[বীচ ভলিবল|বীচ ভলিবলসহ]] ইনডোৰ ভলিবল আৰু ঘাহঁ পূৰ্ণ পথাৰত ভলিবল খেলাৰ আন্তৰ্জাতিক নিয়ন্ত্ৰণকাৰী [[ক্ৰীড়া পৰিচালনাকাৰী সংস্থা]] হিচাপে পৰিচিত।<ref>[http://www.fivb.org/EN/FIVB/ "The FIVB". Retrieved 2012-03-09.]</ref> ইয়াৰ সদৰ দফতৰ [[চুইজাৰলেন্ড]]ৰ লৌজানত অৱস্থিত। বৰ্তমানত ইয়াৰ সভাপতি হিচাপে আছে [[চীন]]ৰ উই জিঝং।<ref>[http://www.fivb.org/EN/FIVB/FIVB_History.asp "FIVB History". Retrieved 2012-03-09.]</ref>
"https://as.wikipedia.org/wiki/ভলিবল"ৰ পৰা অনা হৈছে