বহুমূত্ৰ ৰোগ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎চিকিৎসা: I inmprove the word উত্পাদন to উৎপাদন
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
73 নং শাৰী:
 
== চিকিৎসা ==
ডায়েবেটিচ ৰোগীয়ে নিয়মীয়াভাৱে চিকিৎসা গ্ৰহণ কৰি থাকিলে ৰোগীৰ অৱস্থা শোচনীয় নোহোৱাকৈ ৰাখিব পাৰি। এই ৰোগ যিহেতু ইনচুলিন নামৰ হৰম’নৰ অভাৱত হয়। সেয়েহে এই ৰোগৰ চিকিৎসা হৈছে টাইপ-১ প্ৰকাৰৰ ৰোগীৰ ক্ষেত্ৰত বাহিৰৰ পৰা ইন্‌চুলিন যোগান ধৰা আৰু টাইপ-২ ৰোগীৰ ক্ষেত্ৰত ইন্‌চুলিনৰ উত্‌পাদনউৎপাদন আৰু নি:সৰন নিয়মীয়া কৰণৰ বাবে নিয়মীয়াকৈ ঔষধ সেৱন কৰা। চিকিৎসা বিজ্ঞানীসকলৰ চেষ্টাত কৃত্ৰিম ইন্‌চুলিন তৈয়াৰ কৰিবলৈ সমৰ্থ হোৱা গৈছে আৰু এই ইন্‌চুলিন টাইপ-১ ডায়েবেটিচ ৰোগীৰ প্ৰয়োজন অনুসৰি প্ৰয়োগ কৰি থকা হয়। এনেদৰে ৰোগীৰ শৰীৰত এক পৰিপূৰক ব্যৱস্থাৰ কাৰ্বোহাইড্ৰেটকাৰ্বহাইড্ৰেট বা শৰ্কৰা ধৰি ৰাখি শক্তি উত্‌পাদনউৎপাদন কৰা হয় আৰু ৰোগীৰ শৰীৰক কাৰ্য্যক্ষম কৰি তোলা হয়।
 
বৰ্তমান যুগত চিকিৎসা বিজ্ঞানে আশাতীতভাৱে উন্নতি কৰিছে যদিও ডায়েবেটিচ ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত বিশেষভাৱে একো উন্নত চিকিৎসা উদ্ভাৱন কৰাটো পৰিলক্ষিত হোৱা নাই। অৱশ্যে শেহতীয়া খবৰ মতে এদল আমেৰিকাৰ বিজ্ঞানীয়ে চলোৱা গৱেষণাত পুৰুষৰ শুক্ৰস্থলীৰ পৰা আহৰণ কৰা ষ্টেম চেল বা শিপা কোষৰ দ্বাৰা অগ্নাশয়ৰ ধ্বংস প্ৰাপ্ত বিটা কোষৰ নিচিনাকৈ ইন্‌চুলিন নি:সৰন কৰোৱাত কৃতকাৰ্য্যতা লাভ কৰিছে। আকৌ কানাডাৰ এড্‌মণ্টন চহৰত অনুষ্ঠিত ডায়েবেটিচ ৰোগৰ বিশেষজ্ঞসকলৰ সন্মিলনত এগৰাকী সদ্যমৃত স্বাভাৱিক অৱস্থাযুক্ত অগ্নাশয় থকা ব্যক্তিৰ দেহৰ পৰা স্বাভাৱিক ধৰণৰ বিটা কোষবোৰ উঠাই নি ডায়েবেটিচ ৰোগীৰ দেহত সংস্থাপনেৰে ইন্‌চুলিন নি:সৰন প্ৰক্ৰিয়া পুনৰ জীৱিত কৰাৰ বিষয়ে চিন্তা চৰ্চা কৰা হয়। বিজ্ঞানীসকলৰ এনে গৱেষণা আৰু চিন্তাই ভৱিষ্যতে ডায়েবেটিচ ৰোগীলৈ আশাৰ ৰেঙনি কঢ়িয়াই অনাৰ সম্ভাৱনা আছে। <ref>অসমীয় খবৰ, তাং: ২৮/০৭/২০১১</ref>