বহুমূত্ৰ ৰোগ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎চিকিৎসা: I inmprove the word উত্পাদন to উৎপাদন
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
→‎বহুমুত্ৰ ৰোগৰ লক্ষণসমূহ: I improve চিকিত্সক to চিকিৎসক
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
63 নং শাৰী:
*বেছিকৈ পিয়াহ লগা বা ভোক লগা,
*সঘনাই প্ৰসাৱ কৰিব লগা ইত্যাদি।
এনেবোৰ লক্ষণে দেখা দিলে তত্‌ক্ষণাত চিকিত্‌সকৰচিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। মন কৰিব লগা কথা যে ৰোগৰ আৰম্ভণিতে এই লক্ষণসমূহক গুৰুত্ব নিদিয়াৰ পৰিণতিতেই ৰোগীৰ শৰীৰত ডায়েবেটিচ ৰোগে জটিল ৰূপ ধাৰণ কৰিবলৈ সুবিধা পায়। কিন্তু আৰম্ভণিতে ৰোগ নিৰ্ণয় হ’লে, চিকিত্‌সকৰচিকিৎসকৰ দ্বাৰা ৰোগীৰ অৱস্থা সংকটজনক নোহোৱাকৈ ৰাখিব পাৰি।
 
সকলো মানুহে জীৱনত কম বেছি পৰিমাণে পৰিশ্ৰম কৰিব লাগে আৰু পৰিশ্ৰম কৰিবলৈ শৰীৰক শক্তিৰ প্ৰয়োজন হয়। এই শক্তি কাৰ্বোহাইড্ৰেট বা শৰ্কৰা জাতীয় খাদ্যৰ পৰা পোৱা যায়। ভাত, ৰুটি, আলু, চেনি ইত্যাদি হ’ল কাৰ্বোহাইড্ৰেট বা শৰ্কৰা জাতীয় খাদ্য। এইবোৰ খাদ্য গ্ৰহণ কৰাৰ পাছত ইয়াৰ শৰ্কৰা ভাগ তেজত জমা হয় আৰু অগ্নাশয় গ্ৰন্থিয়ে নি:সৰন কৰা ইন্‌চুলিন নামৰ হৰম’ন বিধে তেজৰ শৰ্কৰা (Sugar) ভাগ শৰীৰে অৰ্থাত্‌ কোষে গ্ৰহণ কৰাত সহায় কৰি দিয়ে। এনেদৰে ইন্‌চুলিনৰ সহায়ত কাৰ্বোহাইড্ৰেটকাৰ্বহাইড্ৰেট গ্ৰহণ প্ৰক্ৰিয়াৰ দ্বাৰা শৰীৰত শক্তি উত্‌পন্ন হয় আৰু শৰীৰ কাৰ্য্যক্ষম হৈ উঠে। কিন্তু ডয়েবেটিচ ৰোগীৰ ক্ষেত্ৰত অগ্নাশয় গ্ৰন্থিয়ে ইন্‌চুলিন হৰম’ন নি:সৰন কৰাত অনিয়মীয়া হোৱা বাবে খাদ্যৰ পৰা তেজত জমা হোৱা শৰ্কৰা ভাগ শৰীৰে গ্ৰহণ কৰিব নোৱাৰা হয় আৰু তেজত জমা হোৱা এই কাৰ্বোহাইড্ৰেটকাৰ্বহাইড্ৰেট বা শৰ্কৰা প্ৰসাৱৰ দ্বাৰা শৰীৰৰ পৰা ওলায় যায়। এনেদৰে শৰীৰ শৰ্কৰাৰ অভাৱত ভুগিব লগা হয় আৰু ইয়াৰ অভাৱত শৰীৰ শক্তিহীনতাত ভুগিব লগা হয়। ৰোগ কিছুদিন আগবঢ়াৰ লগে লগে [[চকু]]ৰ দৃষ্টিশক্তিও কমিবলৈ ধৰে আৰু লাহে লাহে শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যায়। শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যোৱাত বিভিন্ন ৰোগ ব্যাধিয়ে আগুৰি ধৰে। এনেদৰে ৰোগ ক্ৰমে জটিল হৈ গৈ থাকে।
 
তেজৰ শৰ্কৰাভাগ শৰীৰে গ্ৰহণ কৰিব নোৱাৰাৰ ফলত শৰ্কৰাভাগ পোনে পোনে [[কিডনী]] পায়গৈ আৰু কিডনী চেকন প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰসাৱ আকাৰে ওলায় যায়। অনবৰতে শৰ্কৰাৰ এটি অতিৰিক্ত চাপ পাই থাকিবলগীয়া হয় বাবে কিডনীত ক্ৰমে শৰ্কৰাৰ গেদ্ বহিবলৈ আৰম্ভ কৰে। এনে অৱস্থাতে ৰোগীৰ শৰীৰ ওখহিবলৈ আৰম্ভ কৰে। এনেদৰে ৰোগীৰ অৱস্থা ক্ৰমে জটিলৰ পৰা জটিলতৰ হৈ পৰে।