ৰবাৰ্ট লুই ষ্টিভেনছন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
added Category:জীৱনী using HotCat |
No edit summary |
1 নং শাৰী:
|name = ৰবাৰ্ট লুইজ ষ্টিভেনছন
মৃত্যু : ৩ ডিচেম্বৰ ১৮৯৪ (৪৪ বছৰ) ভাইলিমা, চামন আইলেণ্ড▼
|image = Robert Louis Stevenson Knox Series.jpg
|birth_name = ৰবাৰ্ট লুই বালফ'ৰ ষ্টিভেনছন
|birth_date = {{Birth date|df=yes|1850|11|13}}
|birth_place = [[এডিনবাৰ্গ]], স্কটলেণ্ড
|death_date = {{Death date and age|df=yes|1894|12|03|1850|11|13}}
|education = মিঃ হেণ্ডাৰছনছ স্কুল, এডিনবাৰ্গ (১৮৫৭)
ব্যক্তিগত টিউটৰ (১৮৫৭)
মিঃ হেণ্ডাৰছনছ স্কুললৈ প্ৰত্যাৱৰ্তন (১৮৫৯)
এডিনবাৰ্গ একাডেমী (১৮৬১)
ব'ৰ্ডিং স্কুল, ইছেলৱ'ৰ্থ, মিডিলছেক্স (১৮৬৩)
ৰবাৰ্ট থমছনছ স্কুল, এডিনবাৰ্গ (১৮৬৪)
এডিনবাৰ্গ বিশ্ববিদ্যালয় (১৮৬৭)
|occupation = ঔপন্যাসিক
কবি
ভ্ৰমণকাহিনী লেখক
|nationality = স্কটিছ
|citizenship = ইউনাইটেড কিংডম
|period = ভিক্ট'ৰিয়ান যুগ
|notableworks= ''[[Treasure Island]]''
''[[A Child's Garden of Verses]]''
''[[Kidnapped (novel)|Kidnapped]]''
''[[Strange Case of Dr Jekyll and Mr Hyde]]''
|spouse = ফেনী ভান ডে গ্ৰিফ্ট ওছবৰ্ণ
|children = ইছ'বেল ওছবৰ্ণ (সতীয়া জীয়ৰী)
লিয়'ড ওছবৰ্ণ (সতীয়া পুত্ৰ)
|relatives = পিতৃ: থমাছ ষ্টিভেনছন
মাতৃ: মাৰ্গাৰেট ইছাবেল
|influences = [[Edgar Allan Poe]], [[Charles Dickens]], [[Guy de Maupassant]],<ref>Menikoff, Barry. ''The Complete Stories of Robert Louis Stevenson; Introduction''. Modern Library, 2002, p. xx.</ref> [[Nathaniel Hawthorne]]<ref>Menikoff, Barry. ''The Complete Stories of Robert Louis Stevenson; Introduction''. Modern Library, 2002, p. xvii.</ref>
|influenced = [[Henry Rider Haggard|H. Rider Haggard]], [[Jorge Luis Borges]], [[Javier Marías]], [[Ernest Hemingway]], [[Rudyard Kipling]], [[Vladimir Nabokov]], [[J. M. Barrie]], [[Michael de Larrabeiti]], [[Arthur Conan Doyle]], [[Diana Gabaldon]], [[G.K. Chesterton]]
ৰবাৰ্ট লুই বালফ'ৰ ষ্টিভেনছন (১৩ নৱেম্বৰ ১৮৫০- ৩ ডিচেম্বৰ ১৮৯৪) এজন স্কটিছ ঔপন্যাসিক, কবি, নিৱন্ধকাৰ আৰু ভ্ৰমণ কাহিনী লেখক আছিল। তেওঁৰ কেইখনমান বিখ্যাত গ্ৰন্থ হ'ল ট্ৰেজাৰ আইলেণ্ড, কিডনেপ্ড, ডক্টৰ জেকিল আৰু মিষ্টাৰ হাইড, চাইল্ডছ গাৰ্ডেন অৱ ভাৰ্ছেজ ইত্যাদি ।
Line 6 ⟶ 24:
জীৱনকালতে সাহিত্যক্ষেত্ৰত চেলিব্ৰিটিৰ মৰ্য্যাদা পোৱা ষ্টিভেনছন সম্প্ৰতি পৃথিৱীৰ সৰ্বাধিক অনুদিত লেখকৰ শাৰীত ২৬ তম স্থান লাভ কৰিছে। জৰ্জ লুই বৰ্জেছ, বাৰটল্ড ব্ৰিটছ, মাৰ্চেল প্ৰাউষ্ট, আৰ্থাৰ কনান ডয়েল, হেনৰী জেমছ, কিচেৰ পাভেচ, ইমিলিউ চালগৰি, আৰ্নেষ্ট হেমিংৱে, ৰুডিয়াৰ্ড কিপলিং, জেক লণ্ডন, ভ্লাডিমিৰ নাব'কভ, জে.এম.বাৰি আৰু জি.কে.চেষ্টাৰটন সমন্বিতে আন বহুতো লিখকে ষ্টিভেনছনৰ সৃষ্টিৰাজিৰ উচ্চপ্ৰশংসা কৰিছিল ।
== জীৱন
ষ্টিভেনছনৰ জন্ম হৈছিল ১৮৫০ চনৰ ১৩ নৱেম্বৰৰ দিনা স্কটলেণ্ডৰ এডিনবৰাত । তেওঁৰ পিতৃ আৰু মাতৃ আছিল ক্ৰমে থমাছ ষ্টিভেনছন (১৮১৮-৮৭) আৰু মাৰ্গাৰেট ইছাবেল (বালফ'ৰ,১৮২৯-৯৭) । তেওঁৰ দেউতাক থমাছ এজন সাগৰৰ আলোকস্তম্ভৰ অভিযন্তা আছিল । ১৮ বছৰ বয়সত ষ্টিভেনছনে তেওঁৰ নামৰ পৰা 'লেৱিছ' শব্দটো 'লুই' শব্দলৈ সলনি কৰিছিল আৰু ১৮৭৩ চনত তেওঁ "বালফ'ৰ" শব্দটো নামৰ পৰা আঁতৰাই দিছিল । আলোকস্তম্ভৰ আৰ্হি প্ৰস্তুত কৰাটো তেওঁলোকৰ পৰিয়ালৰ পেছা আছিল। থমাছৰ দেউতাক (ৰবাৰ্টৰ ককাক) আছিল বিখ্যাত ৰবাৰ্ট ষ্টিভেনছন, আৰু থমাছৰ ভায়েক (ৰবাৰ্টৰ খুৰাক) এলান আৰু ডেভিডেও একেটা কামকে কৰিছিল । প্ৰকৃততে, থমাছৰ মাকৰ ফালৰ ককাক, থমাছ স্মিথেও একেটা কামকে কৰিছিল ।