বিভূতিভূষণ বন্দ্যোপাধ্যায়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
39 নং শাৰী:
 
== বিবাহ ==
১৯১৯ চনত হুগলী জিলাৰ জাঙ্গীপাৰাৰ দ্বাৰকানাথ হাইস্কুলত তৃতীয় শ্ৰেণীত পঢ়ি থকা সময়তেই কালীভূষণ মুখোপাধ্যায়ৰ জীয়ৰী গৌৰী দেৱীৰ সৈতে বিভূতিভূষণ বিবাহপাশত আৱদ্ধ হয়। কিন্তু বিবীহৰবিবাহৰ এবছৰ পাছতেই গৌৰী দেৱীৰ পৰলোকপ্ৰাপ্তি ঘটে। পত্নীৰ শোকত তেখেতে কিছুদিন প্ৰায় সন্ন্যাসীৰ দৰে জীৱন-যাপন কৰিছিল। পাছলৈ ১৯৪০ চনৰ ৩ ডিচেম্বৰত ফৰিদপুৰ জিলাৰ ছয়গাঁও নিবাসী ষোড়শীকান্ত চট্টোপাধ্যায়ৰ জীয়ৰী ৰমা দেৱীক বিয়া কৰায়। বিয়াৰ সাত বছৰ পাছত তেওঁলোকৰ একমাত্ৰ সন্তান তাৰাদাস বন্দ্যোপাধ্যায়ৰ জন্ম হয়।
 
== কৰ্মজীৱন ==
{{empty section}}
 
== সাহিত্যকৰ্ম ==
{{empty section}}
 
[[চিত্র:Ichamati.jpg|thumb|200px|ইছামতী উপন্যাসৰ প্ৰচ্ছদ]]
 
== পুৰস্কাৰ তথা সন্মান ==
{{empty section}}
 
== গ্ৰন্থপঞ্জী ==
=== উপন্যাস ===
* পথেৰ পাঁচালী (১৯২৯)
* অপৰাজিত (১৯৩২)
* দৃষ্টিপ্ৰদীপ (১৯৩৫)
* আৰণ্যক (১৯৩৯)
* আদৰ্শ হিন্দু হোটেল (১৯৪০)
* বিপিনেৰ সংসাৰ (১৯৪১)
* দুই বাড়ি (১৯৪১)
* অনুবৰ্তন (১৯৪২)
* দেৱযান (১৯৪৪)
* কেদাৰ ৰাজা (১৯৪৫)
* অথৈজল (১৯৪৭)
* ইছামতী (১৯৫০)
* অশনি সংকেত (অসমাপ্ত, বঙ্গাব্দ ১৩৬৬)
* দম্পতি (১৯৫২)
 
=== গল্প-সংকলন ===
* মেঘমল্লাৰ (১৯৩২)
* মৌৰীফুল (১৯৩২)
* যাত্ৰাবাদল (১৯৩৪)
* জন্ম ও মৃত্যু (১৯৩৮)
* কিন্নৰ দল (১৯৩৮)
* বেণীগিৰ ফুলবাড়ি (১৯৪১)
* নৱাগত (১৯৪৪)
* তালনৱমী (১৯৪৪)
* উপলখণ্ড (১৯৪৫)
* বিধু মাষ্টাৰ (১৯৪৫)
* ক্ষণভঙ্গুৰ (১৯৪৫)
* অসাধাৰণ (১৯৪৬)
* মুখোশ ও মুখশ্ৰী (১৯৪৭)
* আচাৰ্য কৃপালিনী কলোনি (বর্তমান নাম 'নীলগঞ্জেৰ ফালমন চাহেব', ১৯৪৮)
* জ্যোতিৰিঙ্গণ (১৯৪৯)
* কুশল-পাহাড়ী (১৯৫০)
* ৰূপ হলুদ (১৯৫৭)
* অনুসন্ধান (বঙ্গাব্দ ১৩৬৬)
* ছায়াছবি (বঙ্গাব্দ ১৩৬৬)
* সুলোচনা (১৯৬৩)
 
=== শিশুগ্ৰন্থ ===
* চাঁদেৰ পাহাৰ (১৯৩৮)
* আইভ্যানহো (সংক্ষেপানুবাদ (১৯৩৮)
* মৰণেৰ ডঙ্কা বাজে (১৯৪০)
* মিছমিদেৰ কবচ (১৯৪২)
* হীৰা মাণিক জ্বলে (১৯৪৬)
* সুন্দৰবনেৰ সাত বৎসৰ (ভুৱনমোহন ৰায়েৰ সহযোগিতাত, ১৯৫২)
 
=== ভ্ৰমণকাহিনী তথা দিনলিপি ===
* অভিযাত্ৰিক (১৯৪০)
* স্মৃতিৰ ৰেখা (১৯৪১)
* তৃণাঙ্কুৰ (১৯৪৩)
* ঊর্মিমুখৰ (১৯৪৪)
* বনে পাহাৰে (১৯৪৫)
* উৎকৰ্ণ (১৯৪৬)
* হে অৰণ্য কথা কও (১৯৪৮)
 
=== অন্যান্য ===
* বিচিত্ৰ জগত (১৯৩৭)
* টমাছ বাটাৰ আত্মজীৱনী (১৯৪৩)
* আমাৰ লেখা (বঙ্গাব্দ ১৩৬৮)
* প্ৰবন্ধাৱলী
* পত্ৰৱলী
* দিনেৰ পৰে দিন<ref name="ReferenceA">[[সেলিনা হোসেন]] ও নুরুল ইসলাম সম্পাদিত; ''[[বাংলা একাডেমী]] চরিতাভিধান''; ফেব্রুয়ারি, ১৯৯৭; পৃষ্ঠা- ২৫১।</ref>
 
== মৃত্যু ==
১৯৫০ চনৰ ১ নৱেম্বৰত বিহাৰৰ ঘাটশিলা নামে ঠাইত বিভূতিভূষণ বন্দ্যোপাধ্যায়ে নশ্বৰ দেহ ত্যাগ কৰে।
 
==তথ্য সংগ্ৰহ==