সদস্য বাৰ্তা:DC Assam/Archive 2012: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
অNo edit summary |
অNo edit summary |

11 নং শাৰী:
ধন্যবাদ, মইয়ো এবাৰত ভাবিছিলো ধ্ৰুপদী শব্দটো, পাছ্ত নিদিলোগৈ কিবা ভাবি, আৰু কেবাটাও ওলাইছে তেনেকুৱা |
[[User:DC Assam|DC Assam]] ❯❯❯ [[User talk:DC Assam|Talk]] 07:56, 6 জানুৱাৰী 2012 (UTC)
== পদাৰ্থবিজ্ঞানৰ শব্দ ==
28 নং শাৰী:
[[সদস্য: Bishnu Saikia|(Bishnu Saikia) বিষ্ণু শইকীয়া]] 17:05, 6 জানুৱাৰী 2012 (UTC)
ধন্যবাদ, চালো তেখেতে মোলৈও বাৰ্তা দিছিল, মইয়ো দি দিয়ক বুলি কৈছিলো। পাছ্ত তেখেতৰ লেখাটিৰ পেৰেগ্ৰাফৰ ফৰমেট টো বেয়া হৈ থকাত থিক কৰো বুলি লওঁতে পঢ়াতহে দুয়োটা একে বুলি গম পালো। [[
: মোৰ আচলতে এই থাই সমূহৰ বিষয়ে জ্ঞান নাই| কেতিয়াও যোৱাও নাই, পঢ়াও নাই| গতিকে পাৰা যদি তুমিয়েই অলপ থিক থাক কৰি দিয়াচোন| [[সদস্য: Bishnu Saikia|(Bishnu Saikia) বিষ্ণু শইকীয়া]] 17:28, 6 জানুৱাৰী 2012 (UTC)
মোৰো নাই বাৰু তেনেকৈ মই চেষ্টা কৰিম বাৰু [[
: চোৱাচোন তেন্তে| মোৰ খেলিমেলি লাগিছে| [[শিৱসাগৰৰ শিৱদৌল]] আৰু [[নেঘেৰিটিং দল]] একেই বুলি কৈছা নহয় জানো? [[সদস্য: Bishnu Saikia|(Bishnu Saikia) বিষ্ণু শইকীয়া]] 17:45, 6 জানুৱাৰী 2012 (UTC)
নহবও পাৰে নেকি দেৰগাওঁ গোলাঘাটত [[User:DC Assam|DC Assam]] ❯❯❯ [[User talk:DC Assam|Talk]] 17:51, 6 জানুৱাৰী 2012 (UTC)
নিশ্ছিত হ’লো, বেলেগ বেলেগ দ’ল আনক সুধিলো আপোনাৰ মিছাই কষ্ট দিলো| [[সদস্য:DC Assam|DC]] 18:08, 6 জানুৱাৰী 2012 (UTC)▼
▲নিশ্ছিত হ’লো, বেলেগ বেলেগ দ’ল আনক সুধিলো আপোনাৰ মিছাই কষ্ট দিলো| [[
: ৰ’বা মই বাইদেউক বাৰ্তা দিছোঁ| কি উত্তৰ দিয়ে চাওঁ, পাৰিলে তুমিও যোগাযোগ কৰাচোন| [[সদস্য: Bishnu Saikia|(Bishnu Saikia) বিষ্ণু শইকীয়া]] 18:05, 6 জানুৱাৰী 2012 (UTC)
Line 43 ⟶ 45:
==সংযোগ==

তোমাৰ ফোন নম্বৰটো মোক দিবা| [[সদস্য: Bishnu Saikia|Bishnu Saikia (বিষ্ণু শইকীয়া)]] 18:38, 22 জানুৱাৰী 2012 (UTC)

==আলোচনা ৱিকিপিডিয়া:Meetup/TEZ1==
Line 54 ⟶ 56:
দীপাংকৰ তুমি অম্লান প্ৰশাসক হ'ব নালাগে বুলি ভোট দিলা যে? [[সদস্য:Gitartha.bordoloi|Gitartha.bordoloi]] 09:52, 5 ফেব্ৰুৱাৰী 2012 (UTC)

অম্লানৰ কৰ্মদক্ষতাত মোৰ বিশ্বাস আছে, মই তেওঁৰ কাম দেখিছো, কিন্তু আন কিছুমান খেলিমেলি দেখিছো এইকেদিন আমাৰ মাজত, কাম কৰাৰ আগ্ৰহবোৰ এনে বেমেজালিয়ে কমায় (মোৰেই কমিছে), আমি আমাৰ মাজৰ এনে সমস্যা বোৰ প্ৰথমে আঁতৰোৱা উচিত, নতুন এজন প্ৰশাসক নিয়োগ কৰাতকৈ, অম্লানৰ বিপক্ষে মোৰ এই ভোট নহয়, এইমূহুৰ্তত নতুন প্ৰশাসক হোৱাৰ বিপক্ষেহে | আমি কামবোৰ কৰিবৰ আৰম্ভ কৰিছোঁহে আমাৰ মাজত বিবাদ সোমালেইনে? (মোৰ স্পষ্টীকৰণেই এইয়া) অৱশ্যে এইয়া মোৰ চিন্তাহে|

== অৰ্থকোষ ==
Line 60 ⟶ 62:
"[[সহায়:অৰ্থকোষ]]" মোটামুটি সম্পূৰ্ণ কৰিলোঁ। আৰু কিবা শব্দ থাকিলে যোগ কৰিব পাৰা। ৱিকিপিডিয়াৰ পাঠক আৰু নতুন সদস্যৰ বাবে এইখন সহায়ক হ'ব। [[সদস্য:Gitartha.bordoloi|Gitartha.bordoloi]] 17:38, 5 ফেব্ৰুৱাৰী 2012 (UTC)
ভাল হৈছে মই এবাৰ চালো অলপ আগতে | বাকীবোৰ আৰম্ভ নোহোৱা সহায় পৃষ্ঠাও আৰম্ভ কৰিব লাগে| [[User:
== পুনঃনিৰ্দেশ ==
Line 67 ⟶ 69:
[[ৱিকিপিডিয়া:ৱিকি পদাৰ্থবিজ্ঞান প্ৰকল্প]]
চাবচোন |
: I agree with Gitartha. Just leave an interwiki link to enwiki, and change insert the Assamese article name next to the English article name in the list. [[User:Chaipau|চাইপাও]] 19:53, 7 ফেব্ৰুৱাৰী 2012 (UTC)
Ok then, I won't add those. M doing that because in many cases we don't have proper Assamese words or well known Assamese synonyms for Science Related words, if u add a redirection it will be easy for user to search the desired article, Malayalam and Tamil wikipedia are also following this system. Assamese names of the articles 'll be added to the list.
Line 89 ⟶ 91:

ধন্যবাদ বিষ্ণু দাদা
== একত্ৰীকৰণ ==
Line 105 ⟶ 107:

ধন্যবাদ প্ৰভাকৰ ছাৰ ।
==ভাঙণি==
Line 121 ⟶ 123:
শেষ হ’ল হ’বলা| ইংৰাজীৰ পৰা সাঁচ কপি কৰিলে লগত ইংৰাজী interwiki টোৱো আনি থবা| নহলে পিছত একেটা সাঁচকে দুই তিনিবাৰ প্ৰতিলেপন কৰা হয়| [[User:Bishnu Saikia|'''বিষ্ণু শইকীয়া''']] [[User talk:Bishnu Saikia| '''বাৰ্তা''']] 14:49, 16 মাৰ্চ 2012 (UTC)
বাৰু
== বৰদৈবাম বিলমুখ পক্ষী উদ্যান ==
Line 154 ⟶ 156:
Thanx [[সদস্য:Mishra Kumar Sarma]]
আপোনাৰ দুনী পৃষ্ঠা খন মই সম্পাদনা কৰা নাই, মই আপোনাৰ [[মিশ্র কুমাৰ শর্মা]] পৃষ্ঠা খনৰ বিষয়েহে কৈছেলো, তাৰোপৰি দুনী পৃষ্ঠা খনত আপুনি ৱিকিৰ নিয়ম বহিৰ্ভূত ভাবে কিছুমান কথা লিখিছিল, সেয়ে সেইখিন সম্পাদনা কৰিব লগা হ’ল, ৱিকিপিডিয়াৰ কোনো এখন পৃষ্ঠাই কেৱল মাত্ৰ সৃষ্টিকৰ্তা জনৰ নহয়, ভুলৰ শুধৰণি আৰু নতুন তথ্য যোগ আন যি কোনো সদস্যই যিকোনো সময়ত কৰিব পাৰে, আপুনি অনুগ্ৰহ কৰি আপুনি [[ৱিকিপিডিয়া:ৱিকিপিডিয়া কি নহয়]] পঢ়ি চাবচোন কিছুমান কথা পৰিষ্কাৰ হ’ব, ৱিকিত লগ পাই থকাৰ আশা থাকিল|
== Re: File:Translation Barnstar.svg ==