ভাৰতৰ ৰাষ্ট্ৰীয় পুৰুষ ক্ৰিকেট দল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
লিংক যোগ, I have added T-20 along with ODI and Test
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা
1 নং শাৰী:
'''ভাৰতৰ জাতীয় ক্ৰিকেট দল'''টোক "মেন ইন ব্লু" বুলিও জনা যায়। দলটো [[ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে]] (BCCI) পৰিচালনা কৰে। ই [[আন্তৰ্জাতিক ক্ৰিকেট পৰিষদ]]ৰো (ICC) সদস্য। এই দলটোৱে ভাৰতৰহৈ আন্তৰ্জাতিক স্তৰত [[এদিনীয়া ক্ৰিকেট|এদিনীয়া]] (ODI), [[টি-টুৱেন্টি]](T-20) আৰু [[টেষ্ট ক্ৰিকেট]] খেলে।
 
ভাৰতত ইউৰোপীয়ান ব্যৱসায়ী নাবিক সকলে ক্ৰিকেট খেলৰ আৰম্ভণি কৰিছিল, ১৯৭২ চনত [[কলকাতা]]ত ভাৰতৰ প্ৰথম ক্ৰিকেট ক্লাব গঠন হৈছিল, আৰু ১৯৩২ চনৰ ২৫ জুন তাৰিখে ল'ৰ্ডছত ভাৰত জাতীয় ক্ৰিকেট দলে প্ৰথম আন্তৰ্জাতিক খেল খেলিছিল। ভাৰতীয় দলটো টেষ্ট ক্ৰিকেট খেলাৰ যোগ্যতা অৰ্জন কৰা ষষ্ঠতম দল। আৰম্ভণিৰ পঞ্চাছ বছৰত দলটো আন্তৰ্জাতিক স্তৰত এটা অতি দূৰ্বল দল আছিল, সেই সময়ছোৱাত খেলা মুঠ ১৯৬ খন খেলৰ মাত্ৰৰ ৩৫ খনতহে জয়লাভ কৰিছিল। ১৯৭০ দশকৰ পাছৰ পৰা বেটছমেন [[সুনীল গাভাস্কাৰ]] আৰু [[গুণ্ডাপ্পা বিশ্বনাথ]], অল-ৰাউণ্ডাৰ [[কপিল দেৱ]] আৰু ভাৰতীয় স্পীনাৰ – [[ইৰাপল্লী প্ৰসন্ন]] আৰু [[শ্ৰীনিৱাস ভেংকটৰাঘৱন]]