জয়প্ৰকাশ নাৰায়ণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Bot: Migrating 12 interwiki links, now provided by Wikidata on d:q734509 (translate me)
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা
29 নং শাৰী:
জয়প্ৰকাশ নাৰায়ণে অসহযোগ আন্দোলনৰ বাবেই তেওঁৰ কলেজীয়া শিক্ষাত আধাতে এৰি কলেজ ত্যাগ কৰে। আনকি তেওঁ বিশ্ববিদ্যালয়ৰ বৃত্তি ল'বলৈও অস্বীকাৰ কৰে। ১৯২২ চনত তেওঁ উচ্চ শিক্ষা লবলৈ [[আমেৰিকা]]লৈ যায়। আমেৰিকাত তেওঁ প্ৰায় আঠবছৰ কাল অধ্যয়নত কটায়। তেওঁ ঘৰুৱা আৰ্থিক অৱস্থা টনকিয়াল নাছিল বাবে আমেৰিকাত পঢ়া দিন কেইটা কষ্টৰে কটাবলগীয়া হৈছিল। সেয়ে তেওঁ নিজৰ পঢ়াৰ খৰচ উলিয়াবলৈ কেতিয়াবা ফল-মূলৰ দোকানত, কেতিয়াবা [[ইস্পাত কাৰখান]]ত, কেতিয়াবা [[ৰেষ্টুৰাঁ]] আদিত কাম কৰিছিল। কামৰ মাজতো পঢ়াত তেওঁ ঠিকে মনোযোগ ৰাখিছিল। ১৯২৯ চনত তেওঁ আমেৰিকাৰ পৰা নিজ দেশ ভাৰতলৈ উভতি আহে।<ref name="জয়প্ৰকাশ নাৰায়ণ"/>
 
==সংগ্ৰামী জীৱন==
 
 
 
==পুৰস্কাৰ প্ৰাপ্ত বঁটা==