১১ জুলাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

শ্ৰেণী:জুলাই যোগ কৰা হ’ল   হটকেট ব্যৱহাৰৰ জৰিয়তে
No edit summary
1 নং শাৰী:
== জন্ম ==
# ১২৭৪ চনৰ আজিৰ দিনটোতে স্কটলেণ্ডৰ ৰজা [[ৰবাৰ্ট ব্ৰুছ]]ৰ জন্ম হৈছিল
# ১৬৫৭ চনৰ আজিৰ দিনটোতে প্ৰুছিয়াৰ ৰজা [[ফ্ৰেডৰিক দি গ্ৰেট]]ৰ জন্ম হয় ।
# প্ৰখ্যাত ৰুছ বিজ্ঞানী [[আলেকজেণ্ডাৰ মিখাইলোভিছৰ অষ্টেলিয়াৰ প্ৰখোৰভ]]ৰ জন্ম হয় ১৯১৬ চনৰ আজিৰ দিনটোতে। তেওঁ ১৯৬৪ চনত পদাৰ্থ বিজ্ঞানৰ [[নোবেল বঁটা]] লাভ কৰিছিল ।
 
== মৃত্যু ==
# ১৯৫১ চনৰ সাহিত্যৰ নোবেল বিজয়ী ছুইডেনৰ সাহিত্যিক পাৰ [[ফবিয়ান লাগেৰভিষ্ট]]ৰ মৃত্যু হয় ১৯৭৪ চনৰ আজিৰ দিনটোতে ।
# ১৯৮৯ চনৰ আজিৰ দিনটোত প্ৰখ্যাত ব্ৰিটিছ অভিনেতা [[লৰেন্স অলিভিয়াৰ]]ৰ মৃত্যু হৈছিল।
 
== অনান্য ==
# অসমৰ ছা্ত্ৰ-ছাত্ৰীৰ মাজত বিজ্ঞান শিক্ষা জনপ্ৰিয়কৰণত সহায়ৰ বাবে [[যোৰহাট বিজ্ঞানকেন্দ্ৰ আৰু তাৰকাগৃহ]]টি ২০১৩ চনৰ আজিৰ দিনটোতে দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিয়া হয় ।
# ২০০৭ চনৰ আজিৰ দিনটোতে ভাৰত স্কাউট আৰু গাইডৰ ৰাজ্যিক মুখ্যালয়ৰ মুখ্য আয়ুক্ত ডি এন শইকীয়াক "ছিলভাৰ এলিফেণ্ট" বঁটাৰে সন্মানীত কৰা হয় ।
# ২০০৬ চনৰ আজিৰ দিনটোতে [[মুম্বা]]ই মহানগৰীৰ বিভিন্ন ঠাইত সন্ত্ৰাসবাদীয়ে ঘটোৱা বোমা বিস্ফোৰণত ৬০ জন লোকৰ মৃত্যু হয় আৰু সহস্ৰাধিক লোক আহত হয় ।
# ২০০৩ চনৰ আজিৰ দিনটোতে ঐতিহাসিক [[দিল্লী]]-[[লাহোৰ]] বাছ সেৱা পুনৰ আৰম্ভ হয়।
# ১৯৭৯ চনৰ আজিৰ দিনটোতে [[আমেৰিকা]]ৰ প্ৰথম মহাকাশ কেন্দ্ৰ "স্কাইলেব" ধ্বংসপ্ৰাপ্ত হৈ [[ভাৰত মহাসাগৰ]]ত পতিত হয় ।
# আজিৰ দিনটোতে, ১৯২৫ চনত ৱাৰ্নাৰ হাইজেনবাৰ্গৰ ‘‘মেট্ৰিক্স’’ বলবিজ্ঞানৰ প্ৰথমখন গৱেষণা পত্ৰৰ চূড়ান্ত ৰূপত প্ৰকাশ কৰা হৈছিল ৷
# ১৯৭৩ চনৰ চনৰআজিৰ দিনটোতে বিশ্ব ডবা চেম্পিয়নশ্বীপ আৰম্ভ হয় ।
# .২০১২ চনৰ আজিৰ দিনটোতে জ্যোৰ্তিবিজ্ঞানী সকলে [[প্লুটো]] গ্ৰহৰ পঞ্চমটো উপগ্ৰহ স্তীক্স আৱিষ্কাৰ কৰে ।
# .১৯৩০ চনৰ আজিৰ দিনটোতে অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ [[ড'নাল্ড ব্ৰেডমেনে]] টেষ্ট ক্ৰিকেটত ইংলেণ্ডৰ বিৰুদ্ধে খেলি প্ৰথম দিনাই এককভাৱে ৩০৯ ৰাণ সংগ্ৰহ কৰি বিশ্ব ৰেকৰ্ড কৰে ।
 
== দিৱস ==
# আজি মংগোলিয়াৰ ৰাষ্ট্ৰীয় দিৱস ।
# আজি [[বিশ্ব জনসংখ্যা দিৱস]]।
 
[[শ্ৰেণী:জুলাই]]
"https://as.wikipedia.org/wiki/১১_জুলাই"ৰ পৰা অনা হৈছে