দৰং জিলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎ভাষা: Added Contents
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
105 নং শাৰী:
 
==ভাষা==
দৰং জিলাত সাধাৰণতে [[অসমীয়া ভাষা|অসমীয়া]], [[বাংলা ভাষা|বাংলা]], [[বড়ো ভাষা|বড়ো]], [[নেপালী ভাষা|নেপালী]], [[হিন্দী ভাষা|হিন্দী]] আদি ভাষা প্ৰচলিত। দুনী,ঠেকেৰাবাৰী, উহঁৰচক, বৈৰাগী পাৰা, ব্যাসপাৰা আদি অঞ্চলৰ লৰাসমূহৰ মাজত ''ঠাৰভাষা'' নামে একপ্ৰকাৰৰ ভাষা প্ৰচলিত আছে। ইয়াৰ বিভিন্ন অঞ্চল সমূহৰ ভাষা শৈলীৰ প্ৰতি দৃষ্টি প্ৰদান কৰিলে এই কথা ধৰা পৰে।
 
==সংস্কৃতি==
"https://as.wikipedia.org/wiki/দৰং_জিলা"ৰ পৰা অনা হৈছে