জাপান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
71 নং শাৰী:
|vehicle_code = J
}}
'''জাপান''' {{IPAc-en|audio=En-us-Japan(আই.ogg|dʒ|ə|ˈ|p|æ|n}}পি.এ: zapan) ({{lang-ja|日本}} ''নিপ্পন'') [[এছিয়া]] মহাদেশৰ উত্তৰ-পূৰ্বাঞ্চলৰ এটা দ্বীপ ৰাষ্ট্ৰ। দেশখন এছিয়া মহাদেশৰ পূৰ্ব উপকূলৰ ওচৰৰ উত্তৰ প্ৰশান্ত মহাসাগৰত অৱস্থিত। সৰু বৰ প্ৰায় ৩,০০০ দ্বীপ লগ হৈ জাপান গঠিত। চাৰিটা প্ৰধান দ্বীপ হ’ল হনছু, হ’ক্কাইদ’, কিয়ুছু আৰু ছিক’কু। ইয়াৰ ওপৰিও জাপানত অনেক সৰু সৰু দ্বীপ আছে। জাপানীসকলে জাপানী ভাষাত তেওঁলোকৰ দেশক নিহ’ন বা নিপ্প’ন বোলে , যাৰ অৰ্থ "সূৰ্যৰ উৎস"। জাপান চীনা সাম্ৰাজ্যসমূহৰ পূৰ্বে অৱস্থিত বুলিয়েই এই নাম ৰখা হৈছিল। ইংৰাজীত জাপানক "land of the rising sun" অৰ্থাৎ "সূৰ্যোদয়ৰ দেশ"ও বোলা হয়। [[ট’কিঅ]] জাপানৰ বৃহত্তম চহৰ আৰু ৰাজধানী।
 
 
"https://as.wikipedia.org/wiki/জাপান"ৰ পৰা অনা হৈছে