মহীশূৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
Prankrishnab (আলোচনা | বৰঙণি) No edit summary |
Prankrishnab (আলোচনা | বৰঙণি) অNo edit summary |
||
1 নং শাৰী:
'''মহীশূৰ'''<ref>{{cite news|url= http://timesofindia.indiatimes.com/city/mysuru/Mysore-or-Mysuru-pak-tastes-the-same/articleshow/45028940.cms |title= Mysore or Mysuru, pak tastes the same |date= 4 November 2014 |accessdate= 9 August 2015}}</ref> কৰ্ণাটকৰ তৃতীয়খন বৃহৎ<ref>http://www.mysorecity.mrc.gov.in</ref> আৰু জনপ্ৰিয়তাৰ তৃতীয় স্থানত থকা মহানগৰ।
১৩৯৯ চনৰ পৰা ১৯৫৬ চনলৈ মহীশূৰ আছিল মহীশূৰ ৰাজ্যৰ ৰাজধানী। ৱডেয়াৰ বংশৰ দ্বাৰা এই ৰাজ্য পৰিচালিত হৈছিল। এই সময়খিনিতে ঠাইখন কলা আৰু সাংস্কৃতিক দিশত আগবাঢ়ি গৈছিল। সেইবাবেই ইয়াক কৰ্ণাটকৰ সাংস্কৃতিক ৰাজধানী বুলিও কোৱা হয়।
মহীশূৰ ইয়াত থকা ঐতিহ্যমণ্ডিত ঠাই আৰু ভাস্কৰ্যৰ বাবে বিখ্যাত। দশেহৰা উৎসৱৰ সময়ত ইয়ালৈ দেশ বিদেশৰ পৰ্যটকে ভীৰ লগায়। ইয়াৰ মহীশূৰ দশেহৰা, মহীশূৰ চিত্ৰ, মহীশূৰ পাক(মিঠাই), মহীশূৰ মচলা দোচা, মহীশূৰ চণ্ডাল চাবোন, মহীশূৰ চিঞাহী, মহীশূৰ পেটা(স্থানীত পাগুৰি) আৰু মহীশূৰ শাৰী ইত্যাদি অন্যতম। পৰ্যটনেই ইয়াৰ মূল উদ্যোগ হিচাপে চিহ্নিত হৈছে যদিও আন উদ্যোগো নথকা নহয়। ইয়াৰ পৰিবহণ ব্যৱস্থাৰ ভিতৰত মূখ্যতঃ ৰেল, বাছ আৰু দশেহৰাৰ সময়ত বিমান পৰিবহণ ব্যৱস্থা সক্ৰিয় হৈ পৰে। ভাৰতৰ প্ৰথম ব্যক্তিগত [[ৰেডিঅ']] সংস্থা মহীশূৰতেই আছিল। [[মহীশূৰ
==ব্যুৎপত্তি==
মহীশূৰৰ অৰ্থ হৈছে মহীষা(কানাড়া ভাষাৰ শব্দ)ৰ বাসস্থান।
২০০৫ চনৰ ডিচেম্বৰত কৰ্ণাটকৰ ৰাজ্য চৰকাৰে মহানগৰখনৰ [[ইংৰাজী]] নামটো Mysuru কৰাৰ সিদ্ধান্ত কৰে<ref name="ann">{{cite news|url=http://www.hindu.com/2005/12/19/stories/2005121906010600.htm|title=They will be Belagavi, Mangalooru, Mysuru from November next |newspaper=The Hindu|date=19 December 2005|accessdate=14 December 2007}}</ref> আৰু ২০১৪ চনৰ অক্টোবৰ মাহত ভাৰত চৰকাৰে এই সিদ্ধান্তক আদৰণি জনায়<ref>{{cite news|last1=Renaming|first1=Cities|title=Bangalore, Mysore, Other Karnataka Cities to be Renamed on 1 November|url=http://www.ibtimes.co.in/bangalore-mysore-other-karnataka-cities-be-renamed-1-november-611683|issue=ibtimes.co.in|publisher=ibtimes.co.in|date=18 October 2014}}</ref><ref>{{cite news|last1=Renaming|first1=Cities|title=Centre nod for Karnataka's proposal on renaming cities|url=http://www.thehindu.com/news/national/karnataka/centre-nod-for-karnatakas-proposal-on-renaming-cities/article6514079.ece|publisher=The Hindu|date=18 October 2014}}</ref><ref>{{cite news|last1=New City|first1=Names to Karnatka|title=New name for cities|url=http://www.thehindu.com/news/national/karnataka/from-bangalore-to-bengaluru/article6553314.ece|accessdate=1 November 2014|publisher=The Hindu}}</ref>।
==ভৌগোলিক অৱস্থান==
মহীশূৰৰ অৱস্থিতি {{Coord|12.30|N|74.65|E|}} আৰু গড় উচ্চতা ৭৭০ মিটাৰ আৰু কালি ১২৮.৪২ বৰ্গ কিল'মিটাৰ। ইয়াৰ ওচৰ চুবুৰীয়া মহানগৰ কেইখন হৈছে [[কেৰালা]], [[তামিলনাডু]] ইত্যাদি। ভাষা
==জলবায়ু==
ইয়াত গ্ৰীষ্মকাল [[মাৰ্চ]] মাহৰ পৰা [[জুন]] মাহলৈ আৰু বৰ্ষাকাল হয়
|