গতি শক্তি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
15 নং শাৰী:
[[পদাৰ্থ বিজ্ঞান]]ত গতিশক্তি হৈছে কোনো এটা বস্তুৱে গৈ থকাৱস্থাত লাভ কৰা শক্তি। নিৰ্দিষ্ট পৰিমাণৰ [[ভৰ]]ৰ ৰৈ থকা বস্তু এটাক [[গতি]] প্ৰদান কৰি ত্বৰিত কৰিবলৈ প্ৰয়োজনীয় কাৰ্যৰ দ্বাৰা ইয়াক সংজ্ঞাবদ্ধ কৰা হয়। গতি সলনি নোহোৱালৈকে [[ত্বৰণ]]ৰ কালছোৱাত পদাৰ্থই গতিশক্তি বজাই ৰাখে। সেই একে পৰিমাণৰ কাৰ্য পদাৰ্থই ত্বৰিতাৱস্থাৰ পৰা স্থিৰাৱস্থা পাবলৈও কৰিব লগা হয়।
 
[[ধ্ৰুপদীয়ধ্ৰুপদী বলবিজ্ঞান]]ত, m [[ভৰ]]যুক্ত আৰু v [[গতি]]যুক্ত অঘূৰ্ণীয়মান বস্তু এটাৰ গতিশক্তি হৈছে । [[আপেক্ষিক বলবিজ্ঞান]]ত v [[পোহৰৰ বেগ]]তকৈ বহুত কম হ'লেহে সঠিক জোখ হয়(good approximation)।
 
গতিশক্তিৰ একক [[জুল]]।
"https://as.wikipedia.org/wiki/গতি_শক্তি"ৰ পৰা অনা হৈছে