দ্ৰুতি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
{{Classical mechanics|cTopic=Fundamental concepts}}
দৈনন্দিন জীৱন আৰু গতিবিজ্ঞানত, দ্ৰুতি হৈছে কোনো বস্তুৰ [[বেগ]]ৰ পৰিমাপ(magnitude) আৰু ই এটা স্কেলাৰ ৰাশি<ref>{{cite book|last=Wilson|first=Edwin Bidwell|title=Vector analysis: a text-book for the use of students of mathematics and physics, founded upon the lectures of J. Willard Gibbs|date=1901|pages=125|url=http://hdl.handle.net/2027/mdp.39015000962285?urlappend=%3Bseq=149}} This is the likely origin of the speed/velocity terminology in vector physics.</ref>। এক নিৰ্দিষ্ট সময়সীমাত কোনো এক বস্তুৱে অতিক্ৰম কৰা মুঠ দূৰত্বক উক্ত সময়সীমাৰে হৰণ কৰিলে '''গড় দ্ৰুতি''' পোৱা যায়<ref name=":0">{{cite web|url=http://physics.info/velocity/|title=Speed & Velocity|last=Elert|first=Glenn|date=|website=The Physics Hypertextbook|archive-url=|archive-date=|dead-url=|access-date=8 June 2017}}</ref>। গড় দ্ৰুতিৰ লিমিট(limit) ল'লে তাৎক্ষণিক দ্ৰুতি পোৱা যায়, আৰু সময়সীমা(time interval ) শূণ্যৰ ওচৰ চাপে।
দ্ৰুতিৰ মাত্ৰা হৈছে [[দূৰত্ব]] হৰণ [[সময়]]। এছ আই এককত ইয়াৰ একক হৈছে মিটাৰ প্ৰতি ছেকেণ্ড, কিন্তু বৰ্তমানে বেছিকৈ ব্যৱহাৰ হোৱা এককবোৰ হৈছে কিল'মিটাৰ প্ৰতি ঘণ্টা, বা মাইল প্ৰতি ঘণ্টা(আমেৰিকা আৰু ইংলেণ্ডত)। বায়ু আৰু সাগৰীয় যাত্ৰাৰ ক্ষেত্ৰত নট ব্যৱহাৰ কৰা হয়।
"https://as.wikipedia.org/wiki/দ্ৰুতি"ৰ পৰা অনা হৈছে