বিশ্ব প্ৰাণী দিৱস: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
2 নং শাৰী:
|holiday_name =বিশ্ব প্ৰাণী দিৱস<br>World Animal Day
|type = আন্তৰ্জাতিক
|image = WAD_logo_2016_RGBবিশ্ব প্ৰাণী দিৱসৰ ল'গ'.jpg
|caption = বিশ্ব প্ৰাণী দিৱসৰ ল'গ'
|official_name =
21 নং শাৰী:
==ইতিহাস==
 
বিশ্ব প্ৰাণী দিৱস পোন-প্ৰথমে হেইনৰীক জিম্মাৰমেন নামৰ এজন জাৰ্মান লেখক আৰু প্ৰকাশকে ''মেনশ্চ''(Mensch) আৰু ''হুন্দ/মানুহ আৰু কুকুৰ''Hund/Man and Dog) নামৰ আলোচনীৰ যোগেৰে পাতিছিল। তেওঁ ১৯২৫ চনৰ ২৪ মাৰ্চ তাৰিখে জাৰ্মানীৰ বাৰ্লিনৰ স্পৰ্ট পেলেচত এই দিৱস উদযাপন কৰিছিল। প্ৰায় ৫,০০০ লোক এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। এই দিৱস আচলতে পৰিস্থিতিৰ বিজ্ঞানৰ চেইণ্ট এচিছিৰ ফ্ৰান্সিছৰ উপবাস দিৱসৰ লগত সংগতি ৰাখি ৪ অক্টোবৰত পাতিবলৈ স্থিৰ কৰা হৈছিল। কিন্তু সেই সময়ত ঠাইৰ অভাৱৰ কাৰণে এই দিৱস পতা নহল। ১৯২৯ চনত প্ৰথমবাৰৰ বাবে এই দিৱস ৪ অক্টোবৰত পালন কৰা হয়। প্ৰথমতে এই দিৱস কেৱল জাৰ্মানী, অষ্ট্ৰিয়া, চুইটজাৰলেণ্ড আৰু চেকছশ্ল'ভাৱিয়াত পালন কৰা হৈছিল। প্ৰতি বছৰে জিম্মাৰমেনে বিশ্ব প্ৰাণী দিৱসৰ জনপ্ৰিয়কৰণৰ বাবে অশেষ কষ্ট কৰিছিল। অৱশেষত ১৯৩১ চনত ইটালীৰ ফ্লোৰেঞ্চত অনুষ্ঠিত আন্তৰ্জাতিক প্ৰাণী সুৰক্ষা কংগ্ৰেছে তেওঁৰ উত্থাপন কৰা প্ৰস্তাৱমতে ৪ অক্টোবৰক বিৱবিশ্ব প্ৰাণী দিৱস ৰূপে স্বীকীৰ্তি দিয়া হয়।<ref>[http://www.worldanimalday.org.uk/img/resource/Origin%20of%20World%20Animal%20Day.pdf Origin of World Animal Day]</ref>
 
পৰিস্থিতি তন্ত্ৰৰ সুৰক্ষাৰ বাবে বিশেষকৈ বিলুপ্তপ্ৰায় প্ৰাণীৰ ৰক্ষণা-বেক্ষণৰ বাবে ১৯৩১ চনৰ পৰা এই দিৱস পালন কৰা হয়।<ref>[http://www.boston.com/bigpicture/2008/10/world_animal_day.html World Animal Day] [[The Boston Globe]]</ref><ref>[http://english.sina.com/world/p/2008/1004/189827.html World Animal Day Marked] 2008-10-05. [[Sina.com|SINA English]]</ref>