নিৰুপমা বৰগোহাঞি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
টেগ্‌: ভিজুৱেলএডিট ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
11 নং শাৰী:
| religion = [[হিন্দু ধৰ্ম]]
}}
'''নিৰূপমা বৰগোহাঞি''' ({{lang-en|Nirupama Borgohain}}) একেধাৰে গল্পকাৰ, ঔপন্যাসিক আৰু ফ্ৰীলান্স সাংবাদিকৰূপে প্ৰসিদ্ধ। নিৰূপমা তামুলীয়ে (বিবাহ পূৰ্ব উপাধি) ছাত্ৰী অৱস্থাৰ পৰাই সাহিত্য চৰ্চ্চা কৰিবলৈ লায়লয় যদিও "ৰামধেনু"ত প্ৰকাশিত "এনথ্ৰ’প’ল’জিৰ সপোন" নামৰ গল্পটোৰেই পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। ১৯৯৬ চনত প্ৰকাশিত "অভিযাত্ৰী" গ্ৰন্থৰ বাবে তেখেতক [[সাহিত্য একাডেমী বঁটা]] আৰু ২০০৩ চনত [[অসম উপত্যকা সাহিত্য বঁটা]] প্ৰদান কৰা হৈছিল।
 
==চমু জীৱনী==
===জন্ম===
নিৰূপমা বৰগোহাঞিৰ জন্ম হয় ১৯৩২ চনত [[গুৱাহাটী]]ৰ অৱস্থিত উজান বজাৰৰ জোৰপুখুৰীপাৰত জন্ম হয়<ref name="vedantinirupama">{{cite web | url=http://www.vedanti.com/Legends/nirupama_bargohain.htm | title=Nirupama Bargohain | publisher=vedanti.com | date=22nd Aug 2011 | accessdate=February 24, 2013}}</ref>৷ তেখেতৰ পিতৃৰ নাম যাদৱ তামূলী আৰু মাতৃৰ নাম কাশীশ্বৰী তামূলী়। পিতৃ যাদৱ তামূলী অসম চৰকাৰৰ অধীনস্থ আয়্কৰ বিভাগৰ এজন কৰ্মচাৰী আছিল আৰু মাতৃ এগৰাকী গৃহিনী আছিল<ref name="vedantinirupama"/>৷