বাৰ্তা:আন্তৰ্জাতিক একক প্ৰণালী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
 
4 নং শাৰী:
 
:: অ। মই এটা ভাবিছোঁ কি এই শব্দবোৰৰ বাবে সৰ্বসাধাৰণ কিবা নিয়ম এটা নালাগেনে? যেনে কিল'গ্ৰাম-কিলোগ্ৰাম, পদ্ধতি-প্ৰণালী ইত্যাদিবোৰৰ বাবে [[সদস্য:Prankrishnab|Prankrishnab]] ([[সদস্য বাৰ্তা:Prankrishnab|talk]]) 06:16, 16 July 2017 (ইউ.টি.চি.)
 
::: লাগে কিন্তু অসমীয়াত ভাষাত বা অসমীয়া ৱিকিত সেইবোৰ এতিয়াও সু-নিৰ্দিষ্ট নহয়! গতিকে, দুয়োটা (পদ্ধতি-প্ৰণালী) নামৰ প্ৰবন্ধ সাজি এনেকৈ পুনঃনিৰ্দেশ কৰি ৰাখিলেই মানুহে বিচাৰি পাব! দ্বিতীয়তে, কিল'গ্ৰাম-কিলোগ্ৰাম ৰ ক্ষেত্ৰত কিল'গ্ৰাম ব্যৱহাৰৰ ম‍ই পক্ষপাতী, বাংলাত উৰ্দ্ধ কমা নাই বাবে ও-কাৰ ডাল ব্যৱহাৰ কৰে, আমাৰ উৰ্দ্ধ কমা আছে সেয়ে কিল’গ্ৰাম লিখিলে বেছি অসমীয়া যেন লাগে! <span style="background:#444;padding:2px 12px;font-size:12px">[[User:DC Assam|<span style="color:#fff">DC <sup>Assam</sup></span>]] <span style="color:#FC0;letter-spacing:-2px">❯❯❯</span> [[User talk:DC Assam|<span style="color:#fff">Talk</span>]]</span> 07:34, 16 July 2017 (ইউ.টি.চি.)
"আন্তৰ্জাতিক একক প্ৰণালী" পৃষ্ঠালৈ উভতি যাওক।