বৈদ্যুতিক ক্ষেত্ৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
 
15 নং শাৰী:
স্থিত অৱস্থাত( স্থিত [[আধান]] আৰু [[প্ৰৱাহ]]), মেক্সৱেল-ফেৰাডে আৱেশ ক্ৰিয়া নাইকিয়া হৈ পৰে। এই দুটি সমীকৰণ ( গজৰ সূত্ৰ(<math>\nabla \cdot \mathbf{E} = \frac{\rho}{\varepsilon_0}</math>) আৰু আৱেশবিহীন ফেৰাডেৰ সূত্ৰ(<math>\nabla \times \mathbf{E} = 0</math>) ) একেলগ কৰিলে [[কুলম্বৰ সূত্ৰ]]ৰ সমতুল্য হয়, <math>\boldsymbol{E}(\boldsymbol{r}) = {1\over 4\pi\varepsilon_0}\int \rho(\boldsymbol{r'}) {\boldsymbol{r} - \boldsymbol{r'} \over |\boldsymbol{r} - \boldsymbol{r'}|^3} d^3r'</math> য'ত <math>\mathbf{\rho}(\mathbf{r})</math> হৈছে আধানৰ ঘনত্ব ( charge density )। <math>\varepsilon_0</math> হৈছে শূন্যস্থানৰ প্ৰৱেশ্যতা।
 
==Superpositionঅধ্যাৰোপণ সূত্ৰ==
 
বৈদ্যুতিক ক্ষেত্ৰই Superposition ৰঅধ্যাৰোপণৰ সূত্ৰ মানি চলে, কাৰণ [[মেক্সৱেলৰ সূত্ৰ]]সমূহ ৰৈখিক। ফলস্বৰূপে, <math>\rho_1</math> আৰু <math>\rho_2</math> আধানৰ বিতৰণৰ পৰা সৃষ্ট দুখন (<math>\mathbf{E}_1</math> আৰু <math>\mathbf{E}_2</math>) বৈদ্যুতিক ক্ষেত্ৰই <math>\mathbf{E}_1+\mathbf{E}_2</math> বৈদ্যুতিক ক্ষেত্ৰৰ সৃষ্টি কৰাব।
 
এই সূত্ৰৰ সহায়ত অসংখ্য বিন্দু আধানৰ বৈদ্যুতিক ক্ষেত্ৰৰ জোখ ল'বলৈ সুবিধা হয়। যদি হৈছে <math>q_1, q_2, ..., q_n</math> স্থিত আধান আৰু <math>\mathbf{r}_1,\mathbf{r}_2,...\mathbf{r}_n</math> হৈছে প্ৰৱাহৰ অনুপস্থিতিত স্থান, তেন্তে Superpositionঅধ্যাৰোপণ সূত্ৰৰ দ্বাৰা প্ৰমাণ কৰিব পাৰি যে মুঠ বৈদ্যুতিক ক্ষেত্ৰ হ'ব প্ৰত্যেকটো কণাৰ দ্বাৰা সৃষ্ট ক্ষেত্ৰৰ যোগফল।
 
:<math>\mathbf{E}(\mathbf{r}) = \sum_{i=1}^N \mathbf{E}_i(\mathbf{r}) =