গুৰু নানক: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

fixed ref error
20 নং শাৰী:
'''গুৰু নানক''' ({{IPA-hns|ˈɡʊɾu ˈnɑnək|}}, {{audio|Guru Nanak Dev.ogg|pronunciation|help=no}}, [[IAST]]: ''Gurū Nānak'') (১৪৬৯ – ১৫৩৯) [[শিখ ধৰ্ম]]ৰ জনক তথা দহ জন শিখ গুৰুৰ প্ৰথমজন। তেওঁৰ জন্মদিন গোটেই পৃথিৱীতে গুৰু নানক গুৰুপৰ্ব হিচাপে কাতি মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হয়।<ref name=Harbans>{{cite web |url=http://www.learnpunjabi.org/eos/index.aspx |title= Srī Gurū Nānak Dev |last=Dawe |first=Donald G. |work= Encyclopaedia of Sikhism |publisher=Punjabi University Patiala |accessdate=18 August 2015}}</ref>
 
গুৰু নানকক বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ধৰ্মগুৰু হিচাপে স্বীকৃতি দিয়া হয়।<ref name=GuruNanak_BBC>{{cite web|url=http://www.bbc.co.uk/religion/religions/sikhism/people/nanak.shtml |title=Guru Nanak: A brief overview of the life of Guru Nanak, the founder of the Sikh religion.}}</ref> তেওঁ বহু ঠাই ভ্ৰমণ কৰি একেশ্বৰবাদৰ বাণী সমূহ জনসমাজত বিলাই দিছিল। এজন ঈশ্বৰ আৰু তেওঁ সকলো আদি আৰু অন্তৰ মূল, এই পৰম সত্যয়ে আছিল গুৰু নানকৰ শিকনী সমূহৰ মূল আধাৰ।<ref>{{cite book|last=Hayer|first=Tara|title=Economic History of Sikhs: Sikh Impact Volume 1|year=1988|publisher=Indo-Canadian Publishers|location=Surrey, Canada|page=14}}</ref> তেওঁ সমতা, ভাতৃত্বসুলভ প্ৰেম, সামূহিক কল্যান আৰু পুণ্যৰ ওপৰত ভিত্তি কৰি একপ্ৰকাৰ বিশেষ পৱিত্ৰ, সামাজিক আৰু ৰাজনৈতিক মঞ্চ স্থাপন কৰিছিল।<ref>{{cite book|last=Sidhu|first=Dawinder|title=Civil Rights in Wartime: The Post-9/11 Sikh Experience|year=2009|publisher=Ashgate Publishing, Ltd.|isbn=9781409496915|page=26}}</ref><ref>{{cite book|last=Khorana|first=Meena|title=The Indian Subcontinent in Literature for Children and Young Adults: An Annotated Bibliography of English-language Books|year=1991|publisher=Greenwood Publishing Group|isbn=9780313254895|page=214}}</ref><ref>{{cite book|last=Prasoon|first=Shrikant|title=Knowing Guru Nanak|year=2007|publisher=Pustak Mahal|isbn=9788122309805}}</ref>
 
গুৰু নানকৰ বাণী সমূহ ৯৭৪ টা ঘোষাৰে সমৃদ্ধ [[গুৰু গ্ৰন্থ চাহিব]]ত কেন্দ্ৰীভূত হৈ আছে। ই শিখ ধৰ্মৰ পৱিত্ৰতম গ্ৰন্থ। শিখ বিশ্বাস মতে গুৰু নানকৰ পৱিত্ৰতা, দৈৱিক শক্তি আৰু ধৰ্মীয় অধিকাৰ তেওঁৰ পিছত আন ন জন শিখ গুৰুলৈ গুৰুৰ অধিকাৰ পোৱাৰ পিছত স্থানান্তৰ হয়।<ref>{{cite web|title=Bhai Gurdas Vaaran|url=http://searchgurbani.com/bhai_gurdas_vaaran/vaar/1/pauri/45|publisher=Search Gurbani|accessdate=1 December 2012}}</ref>
 
==প্ৰাৰম্ভিক জীৱন==
 
[[শ্ৰেণী:ধৰ্ম প্ৰচাৰক]]
"https://as.wikipedia.org/wiki/গুৰু_নানক"ৰ পৰা অনা হৈছে