মাৰ্ক্সবাদ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ২০১৭ উৎস সম্পাদনা
টেগ্‌: ২০১৭ উৎস সম্পাদনা
2 নং শাৰী:
 
==প্ৰাৰম্ভিক মাৰ্ক্সবাদ==
মাৰ্ক্সবাদে প্ৰথমে ঐতিহাসিক ভৌতিকতাবাদেৰে [[পুঁজিবাদ|পুঞ্জিবাদ]]ৰ উত্থান আৰু ব্যৱস্থাগত অৰ্থনৈতিক পৰিৱৰ্তনত শ্ৰেণী সংগ্ৰামৰ ভূমিকাৰ বিশ্লেষণ আৰু আলোচনা কৰিছিল। মাৰ্ক্সবাদৰ মতে পুঞ্জিবাদত শ্ৰেণী সংগ্ৰামৰ উদ্ভৱ হয় [[সৰ্বহাৰা]]ই কৰা অতিকৈ উত্‌পাদনশীল যান্ত্ৰীকৃত আৰু সামাজিকৃত উত্‌পাদন আৰু সংখ্যালঘু [[বুৰ্জোৱা]]ই লভা সম্পদৰ ব্যক্তিগত মালিকানা আৰু মুনাফাৰ বিৰোধৰ বাবে। উতপাদনৰ বল আৰু সম্বন্ধৰ বিৰোধৰ বৃদ্ধিৰ বাবে সংকটৰ সৃষ্টি হয়। বুৰ্জোৱাই ভিন ভিন স্তৰৰ চেতনাৰ শ্ৰমিক ব্যৱচ্ছেদক বান্ধি ৰাখিব নোৱাৰে আৰু অৱশেষত সূচনা হয় সামাজিক বিপ্লৱৰ। এই বিপ্লৱৰ ফলত সৃষ্টি হ'ব [[সমাজবাদী সমাজ]]ৰ- সকলোৰেপৰা সামৰ্থ্য অনুসৰি আৰু সকলোলৈ বৰঙণি অনুসৰি। উত্‌পাদনৰ প্ৰযুক্তিৰ বিকাশ সাধন হৈয়ে যাব আৰু মাৰ্ক্সৰ মতে ফল হ'ব এক [[সাম্যবাদী সমাজ|সাম্যবাদী]] সমাজ- য'ত থাকিব সম্পদৰ ৰাজহুৱা মালিকানা আৰু উত্‌পাদৰ উভৈনদী-ই হ'ব এক মানৱীয় সমাজ, সকলোৰেপৰা সামৰ্থ্য অনুসৰি, সকলোলৈ প্ৰয়োজন অনুসৰি।
এই বিপ্লৱৰ ফলত সৃষ্টি হ'ব [[সমাজবাদী সমাজ]]ৰ- সকলোৰেপৰা সামৰ্থ্য অনুসৰি আৰু সকলোলৈ বৰঙণি অনুসৰি। উত্‌পাদনৰ প্ৰযুক্তিৰ বিকাশ সাধন হৈয়ে যাব আৰু মাৰ্ক্সৰ মতে ফল হ'ব এক [[সাম্যবাদী সমাজ|সাম্যবাদী]] সমাজ- য'ত থাকিব সম্পদৰ ৰাজহুৱা মালিকানা আৰু উত্‌পাদৰ উভৈনদী-ই হ'ব এক মানৱীয় সমাজ, সকলোৰেপৰা সামৰ্থ্য অনুসৰি, সকলোলৈ প্ৰয়োজন অনুসৰি।
 
==মাৰ্ক্সবাদৰ ভিন্ন ধাৰা==