চুখাংফা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

পৃষ্ঠা ত্যাওচুখাংফাৰ পৰা চুখাংফালৈ Gitartha.bordoloiয়ে স্থানান্তৰ কৰিলে: শুধৰণি
No edit summary
2 নং শাৰী:
{{পোখালি}}
 
স্বৰ্গদেউ চুবিনফাৰ বৰপুত্ৰ ত্যাওচুখাংফাচুখাংফা ১২৯৩ চনত ৰাজপাটত বহে।
 
ত্যাওচুখাংফাইচুখাংফাই কমতাপুৰ ৰাজ্য আক্ৰমণ কৰে আৰু কমতাপুৰৰ ৰজা দুৰ্ল্লভ নাৰায়ণে যুদ্ধ পৰাজিত হৈ সন্ধি প্ৰস্তাব দি নিজ কন্যা ৰাজনীক স্বৰ্গদেউলৈ বিয়া দিয়ে।
 
ত্যাওচুখাংফাইচুখাংফাই ৩৯ বছৰ কাল ৰাজত্ব কৰি ১৩৩২ চনত মৃত্যুবৰণ কৰে ।
 
এখেতৰ ৰাজত্ব কালত বুঢ়াগোঁহাই পদত কোনো নাছিল আৰু বৰগোঁহাই পদত চাওপাংবণ্ডুক আছিল।
"https://as.wikipedia.org/wiki/চুখাংফা"ৰ পৰা অনা হৈছে