চ্যু-হ্যুণ-মু'ঙ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
{{Infobox royalty|Monarch
| name = চুহুংমুং চুহুন্মুং
| full name =
| image =
21 নং শাৰী:
|}}
 
ৰজা [[চুপিম্ফাচুপিম্‌ফা]]ৰ (১৪৯৩-১৪৯৭ খ্ৰীঃ) মৃত্যুৰ পাছতে ১৪৯৭ খ্ৰীঃত তেওঁৰ পুতেক [[চুহুংমুং]]চুহুন্মুং আহোম ৰাজপাটত উঠে। [[দিহিঙ্গীয়া ফৈদ]]ৰ কোঁৱৰসকলৰ ভিতৰত এওঁকে সৰ্বশ্ৰেষ্ঠ বুলি কোৱা হয়। তেওঁক দিহিঙ্গীয়া ৰজা বা ওপৰজনা দিহিঙ্গীয়া ৰজাও বোলে। [[হিন্দুধৰ্ম]]ৰ লোকসকলৰ মতে তেওঁৰ নাম আছিল স্বৰ্গনাৰায়ণ। তেওঁৰ দিনৰপৰাই ৰাজকীয় কাম-কাজত ৰজাসকলে কাগজে-পত্ৰে স্বৰ্গদেৱস্বৰ্গদেও উপাধি ব্যৱহাৰ কৰিবলৈ লয়। এওঁ [[বকতা]]ত ৰাজধানী পাতিছিল। <ref name="satsori">সাতসৰী অসম বুৰঞ্জী (পৃষ্ঠা: ৬৭ প্ৰৱন্ধ পেৰাগ্ৰাফ ২; ৭০, ৭১ প্ৰ: পে: ৬) - ড. সূৰ্য্যকুমাৰ ভূঞা সম্পাদিত (১৯৬৪ চনত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰকাশন বিভাগৰদ্বাৰা প্ৰকাশিত)</ref> <ref name="asom">অসম দেশৰ বুৰঞ্জী (পৃষ্ঠা: ১৯৫, ২০৭ প্ৰ:পে: ১; ১৯৮, ২০৪, ২০৫ প্ৰ:পে: ৩) - ড° লক্ষ্মী দেৱী (১৯৭৫ চনত গুৱাহাটীৰ আমবাৰীৰ এল বি এছ পাব্লিকেশ্যনৰদ্বাৰা প্ৰকাশিত। পঞ্চম প্ৰকাশ ১৯৮৭)</ref><ref name="tai">টাই সংস্কৃতিৰ ৰূপৰেখা (২২৩, ২২৭ >প্ৰ:পে: ৪) - ড° লীলা গগৈ (১৯৮৫ চনত ডিব্ৰুগড়ৰ বনলতা প্ৰকাশনৰদ্বাৰা প্ৰকাশিত। চতুৰ্থ সংস্কৰণ ১৯৯৪)</ref><ref name="bharatar">ভাৰতৰ বুৰঞ্জী (পৃষ্ঠা ১৩২, প্ৰ:পে: ২,৫) - এম. এল. কাথবৰুৱা, নীলমণি ফুকন (আৰ্য বিদ্যাপীঠ কলেজ), হৰি প্ৰসাদ দাস (উত্তৰ গুৱাহাটী কলেজ), দেৱকান্ত দত্তবৰুৱা (বৰতলা হাইস্কুল)- (বৰুৱা এজেঞ্চি, গুৱাহাটীৰদ্বাৰা প্ৰকাশিত, মে' ১৯৮৬)</ref>
 
==শাসনকাল==
{{আহোম ৰাজবংশ}}
স্বৰ্গদেৱ চুহুংমুঙেই বুঢ়াগোঁহাই আৰু বৰগোঁহাইৰ সমমৰ্যদাৰে বৰপাত্ৰগোঁহাই[[বৰপাত্ৰগোহাঁই]] পদবীৰ সৃষ্টি কৰে। একেদৰে যথাক্ৰমে [[শদিয়া]] আৰু মৰঙ্গীৰ বাবে শদিয়াখোৱা গোঁহাই আৰু মৰঙ্গীখোৱা গোঁহাই পদবীৰো সৃষ্টি কৰে। এওঁৱেই ৰাজকোঁৱৰসকলক দিহিঙ্গীয়া, তুংখুঙ্গীয়া, টিপমীয়া আৰু চাৰিঙ্গীয়া এই চাৰি ভাগত ভগাই থাপিছিল।<ref name="bharatar"/><ref name="asom"/>
 
এওঁৰ দিনতে [[কছাৰী ৰাজ্যৰৰাজ্য]]ৰ নগাঁৱৰ অংশ আৰু [[চুটীয়া ৰাজ্য]] আহোম ৰাজ্যৰ ভিতৰুৱা হয়।<ref name="asom"/> ১৫৩২ চনত বংগৰ সেনাপতি [[তুৰ্বক]]ৰ নেতৃত্বত মুছলমান সৈন্যই অসম আক্ৰমণ কৰে। এই যুদ্ধত শিঙৰি গড়ত [[ফ্ৰাচেংমুং বৰগোঁহাই]]কে ধৰি আঠজন সেনাপতি নিহত হয়। ভৰলীৰ পাৰত ফ্ৰাচেংমুং বৰগোঁহাইৰ পত্নী [[মূলাগাভৰু]]ও ৰণত পৰে। পিছত সেই ঠাইতে [[কনচেং বৰপাত্ৰগোঁহাই]]ৰ হাতত তুৰ্বক নিহত হোৱাত মুছলমান সৈন্যৰ পৰাজয় ঘটে। তেতিয়াৰপৰাই [[কৰতোয়াকৰতোৱা নদী]] দুই ৰাজ্যৰ সীমা হয়।
চুহুংমুংৰচুহুন্মুঙৰ দিনত দিহিংৰ মথাউৰি, হাৰমতী গড়, কৰতোয়াকৰতোৱা দ'ল, কৰতোয়াকৰতোৱা পুখুৰী আৰু আঠাবাৰীৰ পুখুৰী নিৰ্মাণ কৰা হয়।<ref name="asom"/><ref name="tai"/>
 
১৫১০ চনত এইজনা ৰজাই আহোম ৰাজ্যত প্ৰথম [[লোকপিয়ল]] আৰম্ভ কৰে।<ref name="bharatar"/>
 
==মৃত্যু==
১৪৯৭ খ্ৰীঃত বৰকোঁৱৰ [[চুক্লেনমংচুক্লেণমুং|চুক্লেণমুঙ]]ৰ ষড়যন্ত্ৰত শুই থকা অৱস্থাতে তেওঁ প্ৰাণ হেৰুৱায়।<ref name="asom"/>
 
{{Clear}}