পাঞ্জাবাৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
{{unreferenced}}
 
 
'''পাঞ্জাবাৰী''' গুৱাহাটী মহানগৰৰ এক কাৰ্যালয় আৰু আবাসিক এলেকা ৷ ই দিশপুৰ সমষ্টিৰ ৫২ নং ৱাৰ্ডৰ অন্তৰ্ভূক্ত ৷ ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰত ই মহানগৰখনৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ অঞ্চল ৷ ইয়াত বিভিন্ন চৰকাৰী কাৰ্যালয় আৰু উন্নত মানদণ্ডৰ আবাসিক আন্ত:গাথনিৰ দ্বাৰা পৰিবেষ্টিত ৷
মহানগৰীৰ ছয়মাইল অঞ্চল পাৰ হৈ সম্পূৰ্ণ সাতগাৱলৈ এই বিস্তীৰ্ণ অংশ পান্জাবাৰীৰ অন্তৰ্গত ৷
Line 17 ⟶ 16:
 
এই অঞ্চলটো অৰ্থনৈতিকভাৱে শক্তিশালী ৷ গুৱাহাটী পৌৰনিগম তথা কামৰূপ মহানগৰৰ এক বৃহৎ বিনিয়োগ আৰু খাজনা ইয়াৰ পৰাই আহে ৷
 
[[শ্ৰেণী:গুৱাহাটী]]