গুৱাহাটী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
61 নং শাৰী:
গুৱাহাটীৰ কিংবদন্তী আৰু ইতিহাস কেইবাহাজাৰ বছৰৰ পুৰণি। নগৰখনৰ উৎপত্তিৰ কথা জনা নাযায় যদিও মহাকাব্য, পুৰাণ আৰু আন পৰম্পৰাগত ইতিহাসত উল্লেখ কৰা কাহিনীসমূহৰ পৰা ইয়াক [[এছিয়া]]ৰ এখন অন্যতম পুৰণি নগৰ বুলি অনুমান কৰিব পাৰি।
 
ইতিহাসৰ মতে গুৱাহাটী কেইবাখনো প্ৰাচীন ৰাজ্যৰ ৰাজধানী আছিল। [[মহাভাৰত]]ৰ মতে ই [[নৰকাসুৰ]] আৰু [[ভগদত্ত]]ৰ ৰাজ্যৰ ৰাজধানী আছিল।<ref>{{Harvcol|Gait|1906|pp=13–15}}</ref> নীলাচল পাহাৰত অৱস্থিত শক্তিপীঠ [[কামাখ্যা মন্দিৰ]], চিত্ৰাচল পাহাৰত অৱস্থিত প্ৰাচীন জ্যোতিষচৰ্চাৰ মন্দিৰ [[নৱগ্ৰহ মন্দিৰ|নৱগ্ৰহ]], বশিষ্ঠৰ পুৰাতাত্বিক সম্পদ আৰু আন আন ঠায়ে নগৰখনৰ কিংবদন্তীমূলক ইতিহাসৰ কথাকে সমৰ্থন কৰিছে।<ref name="Guwahati">{{cite web|url=http://www.guwahatitimes.com/guwahati/guwahati.html|title=Guwahati|date=|publisher=guwahatitimes.com|accessdate=9 November 2015}}</ref>
 
[[File:Kamakhya Temple.jpg|left|upright|thumb|<center>[[কামাখ্যা মন্দিৰ]]ৰ দৃশ্য।<center>]]
"https://as.wikipedia.org/wiki/গুৱাহাটী"ৰ পৰা অনা হৈছে