ষ্টিফেনি মেয়াৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

র-ৰ পেট কাটি ৰ কৰা হ'ল
No edit summary
95 নং শাৰী:
==অন্যান্য কাম কাজ==
[[File:StephMeyerX.PNG|thumb|upright|right|২০০৯ চনত মেয়াৰ]]
মেয়াৰৰ এটা চুটিগল্প “প্ৰম নাইট্স ফ্ৰম হেল” বোলা অতিপ্ৰাকৃতিক প্ৰভাৱ সম্বলিত কিছুমান ভয়ানক প্ৰম নিশাৰ বিষয়ে লিখা গল্পৰ সংকলন এখনত প্ৰকাশ পায়। মেয়াৰৰ গল্প “হেল অন আৰ্থ” আছিল শ্বেবা নামৰ এক দানৱ আৰু গেব নামৰ এক অৰ্ধ-দেৱদূতৰ প্ৰেম কাহিনী। এই কিতাপখন 2007২০০৭ চনৰ এপ্ৰিল মাহত প্ৰকাশ হয়।
মেয়াৰে বহুকেইখন কিতাপৰ ধাৰণা মনত পুহি ৰখা বুলি কয়,ইয়াৰ ভিতৰত আছে "ছামাৰ হাউচ" শীৰ্ষক এক ভৌতিক গল্প,সময় ভ্ৰমণৰ বিষয়ে এক উপন্যাস<ref>{{cite web|url=http://www.ew.com/ew/article/0,,20211938_4,00.html |title=Stephenie Meyer's vampire empire Stephenie Meyer &#124; Cover Story &#124; Books &#124; Entertainment Weekly &#124; 4 |publisher=Ew.com |accessdate=2010-08-01}}</ref> আৰু জলপৰী সকলৰ বিষয়ে এক উপন্যাস।<ref>{{cite news|url=http://www.cbc.ca/arts/books/meyer.html |title=Twilight series offers young people a twist on vampire fiction – CBC Arts Books |publisher=Cbc.ca |date=2007-09-24 |accessdate=2010-08-01|archiveurl=http://web.archive.org/web/20070703045949/http://www.cbc.ca/arts/books/meyer.html|archivedate=2007-07-03}}</ref><ref>{{cite web|url=http://www.twilightlexicon.com/?p=277|title=The Q & A Session in Spain with the members of Crepusculo.}}</ref> ২০০৮ চনৰ ২৮ আগষ্টত ঘোষণা কৰা হয় যে মেয়াৰে জেকছ মেনকিনৰ মিউজিক ভিডিঅ' দ্য ৰিজলিউশ্যনৰ চিত্ৰনাট্য লিখিছে,ইয়াৰ পৰৱৰ্তী সপ্তাহত তেওঁ ইয়াৰ সহ-নিৰ্দেশনা কৰে।<ref>{{cite news|author=James Montgomery|title='Twilight' Author Stephenie Meyer To Direct Vampire-Free Jack's Mannequin Video|url=http://www.mtv.com/news/articles/1593776/20080828/jacks_mannequin.jhtml|publisher=MTV|date=2008-08-28|accessdate=2008-10-29}}</ref><ref>{{cite news|author=Jennifer Vineyard|title='Twilight' Author Stephenie Meyer Tries To Drown Jack's Mannequin In 'Resolution' Video|url=http://www.mtv.com/news/articles/1594188/20080905/jacks_mannequin.jhtml|publisher=MTV|date=2008-09-05|accessdate=2008-10-29}}</ref>