ষ্টিফেনি মেয়াৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
100 নং শাৰী:
 
২০০৯ চনত মেয়াৰে নিজাকৈ কাপোৰৰ এক শৈলী আৰম্ভ কৰিবলৈ কাপোৰৰ প্ৰতিষ্ঠান হ'ব স্কেট কোম্পানীৰ লগত মিলিত হয় আৰু তেওঁৰ কল্প বিজ্ঞান উপন্যাস দ্য হোষ্টৰ লগত সম্পৰ্ক থকা চোলা তৈয়াৰ কৰে।<ref name="Hobo">{{cite web |author=Terri Schwartz |title='Twilight' Author Stephenie Meyer Gets Her Own Clothingline! |url=http://hollywoodcrush.mtv.com/2009/09/02/twilight-author-stephenie-meyer-gets-her-own-clothingline/ |publisher=MTV Networks |work=MTV |date=2009-09-02 |accessdate=2009-09-03}}</ref>
২০১০ চনৰ ১০ মাৰ্চত ঘোষণা কৰা হয় যে মেয়াৰে ''দ্য চৰ্ট ছেকেণ্ড লাইফ অৱ ব্ৰী টেনাৰ'' নামৰ ২০০পৃষ্ঠাৰ এক উপন্যাসিকা ৰচনা কৰিছে। ৫ জুনত ই প্ৰকাশিত হয় আৰু জুলাইৰজুনৰ পৰা জুলাইৰ ভিতৰত মেয়াৰৰ আনুষ্ঠানিক ৱেবচাইটত বিনামূলীয়াকৈ উপলব্ধ হয়।<ref>{{cite news|url=http://www.guardian.co.uk/books/2010/mar/30/stephenie-meyer-new-twilight-novella|title=Stephenie Meyer to publish new Twilight novella|last=Flood|first=Alison|date=30 March 2010|publisher=The Guardian|accessdate=30 March 2010|location=London}}</ref><ref name="Bree Tanner">{{cite web |author=Debi Moore |title=New Twilight Novella Coming: The Short Second Life of Bree Tanner |url=http://www.dreadcentral.com/news/36681/new-twilight-novella-coming-the-short-second-life-bree-tanner |publisher=Dread Central |work=DC |date=2010-03-30 |accessdate=2010-03-30}}</ref>
 
==প্ৰকাশিত পুথি==