স্তন্যপায়ী প্ৰাণী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: স্তন্যপায়ী হৈছে মেৰুদণ্ডী উপ-পৰ্বৰ অন্তৰ্গত জীৱ প্ৰজাতি। অ...
 
8 নং শাৰী:
সকলো মাইকী স্তন্যপায়ীয়ে সিহঁতৰ সন্তানক স্তন্য গ্ৰন্থীৰ পৰা নিঃসৰণ হোৱা দুগ্ধ পান কৰাই।
মেমেল স্পেছিছ অৱ দ্য ওৱৰ্ল্ডৰ মতে, ২০০৬ চনত ৫,৪১৬ টা প্ৰজাতিৰ স্তন্যপায়ীৰ সম্পৰ্কে জনা গৈছিল। ইহঁতক ১,২২৯ টা গণ, ১৫৩ টা পৰিয়াল আৰু ২৯ টা বৰ্গত বিভক্ত কৰা হৈছে।
 
[[শ্ৰেণী:মেৰুদণ্ডী প্ৰাণী]]