ষ্টিফেনি মেয়াৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
59 নং শাৰী:
 
==দ্য হোষ্ট==
২০০৮ চনৰ মে মাহত লিটল,ব্ৰাউন এণ্ড কোম্পানীৰ বয়স্ক শাখাই মেয়াৰৰ বয়স্ক কল্পবিজ্ঞান উপন্যাস "দ্য হোষ্ট" প্ৰকাশ কৰে। ইয়াত মেলানি ষ্ট্ৰাইডাৰ নামৰ এক কমবয়সীয়া মহিলা আৰু ৱাণ্ডাৰাৰ নামৰ এক আক্ৰমণকাৰী পৰগ্ৰহী "সত্তা"ৰ কাহিনী বৰ্ণিত আছে যাক এক হৈ কাম কৰিবলৈ বাধ্য কৰোৱা হয়। দ্য হোষ্টে "নিউ য়ৰ্ক টাইম্ছ বেষ্ট চেলাৰ লিষ্ট"ত প্ৰথম স্থানত আত্মপ্ৰকাশ কৰে<ref>{{cite news|url=http://query.nytimes.com/gst/fullpage.html?res=990CE3DE1639F936A15756C0A96E9C8B63&scp=3&sq=may%2025th%20best%20sellers&st=cse |title=Books – Best-Seller Lists |publisher=New York Times |date=2008-05-25 |accessdate=2010-08-01}}</ref> আৰু সেই তালিকাত প্ৰায় ২৬ সপ্তাহজুৰি থাকে।<ref>{{cite web|title=The 25 Entertainers of the Year|url=http://www.ew.com/ew/gallery/0,,20152943_20153287_20239984_20,00.html|publisher=[[Entertainment Weekly]]|date=2008-11-13|accessdate=2008-11-13}}</ref> মেয়াৰে কয় যে তেওঁ হোষ্ট চিৰিজৰ পৰৱৰ্তী কিতাপসমূহৰ ওপৰত কাম কৰি আছে,তেওঁ এক ত্ৰিলোজি লিখাৰ পৰিকল্পনা কৰিছে যাৰ দ্বিতীয় কিতাপখনৰ নাম "দ্য ছ'ল" আৰু তৃতীয়খনৰ নাম "দ্য ছীকাৰ"।<ref>{{cite web|last=Carroll |first=Larry |url=http://www.mtv.com/movies/news/articles/1585112/story.jhtml |title='Twilight' Writer Stephenie Meyer Wants Matt Damon For 'Host' Movie – Movie News Story MTV Movie News |publisher=Mtv.com |date=2008-04-09 |accessdate=2010-08-01}}</ref> কানকাছকানছাছ ছিটিত অনুষ্ঠিত এক প্ৰশ্নোত্তৰ অনুষ্ঠানত মেয়াৰে কয় যে তেওঁ ছিকুৱেল সমূহৰ বাহ্যিক চিত্ৰটি অংকণ কৰাৰ লগতে কিছু লিখনিও সম্পূৰ্ণ কৰিছে,কিন্তু তেওঁ কিছু দুবিধাত পৰিছে কাৰণ দ্য হোষ্টৰ জগতখন "এখন ভয়ানক ঠাই" য'ত চৰিত্ৰসমূহৰ মৃত্যু ঘটিব পাৰে আৰু তেওঁ নিশ্চিত নহয় যে তেওঁ চৰিত্ৰসমূহৰ মৃত্যু ঘটাব বিচাৰে নে নিবিচাৰে।<ref name="Kansas"> {{cite web|url=http://thehostlexicon.com/thehostinterviews/the-host-tour-kansas-city/|title=The Host Tour - Kansas City|publisher=The Host Lexicon|date=February 12, 2011|accessdate=August 17, 2011}}</ref>
 
==বিশ্লেষণ==