আটলাণ্টিক মহাসাগৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

185.15.249.252 (আলোচনা) সম্পাদিত 160539 সংশোধনটি বাতিল কৰক Reverted Vandalism Attempt
No edit summary
2 নং শাৰী:
'''আটলান্টিক মহাসাগৰ''' [[পৃথিৱী]]ৰ দ্বিতীয় বৃহত্তম [[মহাসাগৰ]]। ইয়াৰ [[ক্ষেত্ৰফল]] ১০,৬৪,০০,০০০ বৰ্গকিলোমিটাৰ (৪,১১,০০,০০০ বৰ্গমাইল);<ref name="brit">"The New Encyclopaedia Britannica", Volume 2, Encyclopaedia Britannica, 1974. p.294</ref> যি পৃথিৱীপৃষ্ঠৰ প্ৰায় ২০% আৰু মুঠ জলভাগৰ ২৬%।
 
[[বিশ্ব মহাসাগৰ]]ৰ সৈতে আন্তঃসম্পৰ্কযুক্ত আটলান্টিক মহাসাগৰৰ পশ্চিমে [[আমেৰিকা (মহাদেশ)|আমেৰিকা মহাদেশ]] আৰু [[প্ৰশান্ত মহাসাগৰ]]ৰ একাংশ, পূবে [[ইউৰোপ]], [[আফ্ৰিকা]] আৰু [[ভাৰত মহাসাগৰ]], উত্তৰে [[উত্তৰ মহাসাগৰ]], আৰু দক্ষিণে [[দক্ষিণ মহাসাগৰ]] অৱস্থিত। [[বিষুববিষুৱ ৰেখা]]ই আটলান্টিক মহাসাগৰক দুভাগত বিভক্ত কৰিছে: উত্তৰে '''উত্তৰ আটলান্টিক মহাসাগৰ''' আৰু দক্ষিণে '''দক্ষিণ আটলান্টিক মহাসাগৰ'''।
 
== তথ্যসূত্ৰ ==