২২ অক্টোবৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

5 নং শাৰী:
*১৮৭৯ – ৰাৰ্বনাইজড সুত্ৰৰ ফিলামেণ্ট ব্যৱহাৰ কৰি টমাছ আলভা এডিছনৰ দ্বাৰা প্ৰথম বৈদ্যুতিক বাল্বৰ ব্যৱহাৰিক পৰীক্ষণ।
*১৯৩৮ - পদাৰ্থ বিজ্ঞানী ছেষ্টাৰ কাৰ্লছনৰ দ্বাৰা জেৰৌগ্ৰাফী বা [[জেৰক্স মেচিন]] নিৰ্মাণত ব্যৱহৃত " ইলেক্ট্ৰোফটোগ্ৰাফ " নামৰ এক পদ্ধতিৰ আৱিষ্কাৰ।
*১৯৪৭ - কাশ্মীৰ ভাৰতৰ অন্তৰ্ভুক্ত হয়।
*১৯৬২ - ভাৰতৰ ভাক্ৰা নাংগল বহুমুখী নদী উপত্যকা প্ৰকল্প ৰাষ্ট্ৰৰ উদ্দেশ্যে উছৰ্গা।
* ১৯৬৬ - ছোভিয়েট ইউনিয়নে লুনা -১২ কৃত্ৰিম উপগ্ৰহ উৎক্ষেপন।
*১৯৬৮ – পৃথিৱীক ১৬৩ বাৰ পৰিভ্ৰমন কৰাৰ পাছত এপল ৭ সফলতাৰে আট্লাণ্টিক মহাসাগৰত অৱতৰণ।
*১৯৯৪ - শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী জামিনি দেশনায়ক আৰু আন ৬০ জন লোক এক বোমা বিস্ফোৰণত নিহত হয় ।
Line 19 ⟶ 21:
*১৮৭৩ - ৰাম তীৰ্থ; ভাৰতীয় দাৰ্শনিক
*১৯৭৫ - [[আনল্ড যোছেফ টয়নবিৰ]]; ইংৰাজ ইতিহাসবিদ
*১৯৮৮ - পৰীনিতা চোপ্ৰা, মোহময়ী অভিনেত্ৰী
== মৃত্যু ==
*১৯৫৮ - [[জীবনানন্দ দাস]], বাংলা কবি