ৰাষ্ট্ৰসংঘ দিৱস: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: {{Infobox holiday |holiday_name = ৰাষ্ট্ৰসংঘ দিৱস<br>United Nations Day |type = আন্তৰ্জাতিক |longtype...
 
No edit summary
17 নং শাৰী:
}}
 
'''ৰাষ্ট্ৰসংঘ দিৱস''' ৰাষ্ট্ৰসংঘ আনুষ্ঠানিকভাৱে গঠন হোৱা দিন অৰ্থাৎ ২8 অক্টোবৰত পালন কৰা হয়। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ১৯৪৫ চনৰ ২৪ অক্টোবৰ তাৰিখে [[ৰাষ্ট্ৰসংঘ]] গঠন কৰা হৈছিল। ৰাষ্ট্ৰসংঘৰ লক্ষ্য আৰু প্ৰাপ্তিৰ বিষয়ে জনসমাজক অৱগত কৰা এই দিৱসৰ অন্যতম উদ্দেশ্য। ৰাষ্ট্ৰসংঘয়ে ২০ ৰ পৰা ২৬ অক্টোবৰলৈ পালন কৰা ৰাষ্ট্ৰসংঘ দিৱসৰসপ্তাহৰ ই অভিন্ন অংগ।
 
১৯৪৮ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভায়ে ২৪ অক্টোবৰক ৰাষ্ট্ৰসংঘ দিৱস বুলি আনুষ্ঠানিক ভাৱে ঘোষণা কৰিছা।কৰিছিল।<ref name="UN_ARES168II">{{UN document |docid=A-RES-168(II) |type=Resolution |body=General Assembly |session=2 |resolution_number=168 |accessdate=2008-10-24|date=31 October 1947|title=United Nations Day}}</ref>
 
১৯৭১ চনত সাধাৰণ সভায়ে এই দিৱস ৰাষ্ট্ৰসংঘৰ সকলো সদস্য ৰাষ্ট্ৰয়ে পালন কৰিবলৈ এটি প্ৰস্তাৱ গৃহীত কৰে।<ref name="UN_ARES2782XXVI">{{UN document |docid=A-RES-2782(XXVI) |type=Resolution |body=General Assembly |session=-1 |resolution_number=2782 |accessdate=2008-10-24|title=Proclamation of United Nations Day as an international holiday|date=6 December 1971}}</ref>