আবুল কালাম আজাদ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
17 নং শাৰী:
 
==জন্ম আৰু বংশ পৰিচয়==
মৌলানা আবুল কালাম আজাদৰ জন্ম হয় ১৮৮৮ চনৰ ১১ নৱেম্বৰ তাৰিখে [[মক্কা]]ত। তেওঁৰ পিতাকৰ নাম মহম্মদ খইৰুদ্দিন। মহম্মদ খইৰুদ্দিনে মক্কাৰ প্ৰখ্যাত পণ্ডিত শেখ মহম্মদ জাহিৰ ওৱাত্ৰিৰ কন্যাক বিয়া কৰাইছিল। ১৯৫৭১৮৫৭ চনৰ [[চিপাহী বিদ্ৰোহ]]ৰ ফলত দেশত ঘটা এক অভাৱনীয় পৰিস্থিতিত পৰি বহুলোক প্ৰাণৰ ভয়ত বিদেশলৈ পলায়ন কৰিবলগীয়া হৈছিল। আজাদৰ পিতৃ মহম্মদ খইৰুদ্দিনো এইঘটনাৰ বলি হৈ বহুদিন আত্মগোপন কৰি থকাৰ পিছত, মক্কালৈ গুচি যায় আৰু তাত বস-বাস কৰি থাকিবলৈ লয়। মহম্মদ খইৰুদ্দিন এগৰাকী সম্ভ্ৰান্ত মুছলমান বংশৰ লোক আছিল। তেওঁলোকৰ পূৰ্বপুৰুষৰ কেইবাজনো লোকে মোগল ৰাজত্ব কালত পণ্ডিতৰ খিতাপ লাভ কৰিছিল। [[মোগল]] ৰাজত্ব কালত আজাদৰ ককাদেউতাকক জ্ঞানৰ স্তম্ভৰূপে ৰকণ-উল-মাদ্ৰাচিম সন্মানেৰে সন্মানিত কৰা হৈছিল। আজাদৰ পিতৃ মহম্মদ খইৰুদ্দিনো এজন প্ৰখ্যাত লেখক আছিল। তেওঁ [[আৰবী]] আৰু [[পাৰ্ছী]] ভাষাত কেইবাখনো গ্ৰন্থ ৰচনা কৰিছিল।<ref name="মৌলানা আবুল কালাম আজান">{{cite book | title=ভাৰত-ৰত্ন | publisher=অজয় কুমাৰ দত্ত, ষ্টুডেণ্টচ্ ষ্ট'ৰচ্| author=সমীন কলিতা | pages=১০৪,১০৫,১০৬}}</ref>
 
==শিক্ষা==